• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বয়স ফাঁ‌কিৰে নিযুক্তি! দুৰ্নীতিক ন্যাযতা দিবলৈ বেআইনী কথাৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰীয়ে – ডিৱাইএআইৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2023 6:41 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চতুৰ্থ বৰ্গৰ পদত জালুকবাৰী সমষ্টিৰ ৫৮ বছৰীয়া ব্যক্তিয়ে অন্যায়ভাৱে নিযুক্তি পোৱা বিষয়টোৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে অসত্য আৰু যুক্তিহীন কথাৰ অৱতৰণ কৰিছে। এজন মুখ্যমন্ত্ৰীয়ে এনে যুক্তিহীন, বেআইনী আৰু অসত্য কথাৰে নিযুক্তি প্ৰক্ৰিয়াত হোৱা চূড়ান্ত অনিয়মক ন্যাযতা প্ৰদান কৰিব বিচৰাটো অতি নিন্দনীয়। 

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে  মিথ্যাচাৰত লিপ্ত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ আসনত বহি নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আইন-কানুন উলংঘা কৰা কাৰ্যৰ পৰা আঁ‌তৰি থাকিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ নিজ সমষ্টি জালুকবাৰী শুৱালকুছিত বয়স ফাকিৰে নিযুক্তি লোৱা অভিযোগৰ পাছত তেওঁ অসত্য আৰু যুক্তিহীন কথাৰে তাক ন্যাযতা প্ৰদান কৰিবলৈ বিচাৰিছে। 

Apply Now

সাদিন-প্ৰতিদিন গোষ্ঠীৰ অনুষ্ঠানাত মুখ্যমন্ত্ৰীয়ে কৈছে যে – “অসমীয়া ল’ৰাই চাকৰি পোৱাত কিয় আপত্তি কৰিছে তেওঁ বুজি পোৱা নাই। প্ৰাৰ্থী সকলে স্কুলৰ পৰা প্ৰমাণ পত্ৰ আনিছে, গতিকে স্কুলৰ মুৰব্বীয়ে যি প্ৰমাণ পত্ৰ দিছে সেইখনকে শুদ্ধ বুলি ধৰি লৈছে আৰু চাকৰি পাইছে। ইয়াত একো দুৰ্নীতি হোৱা নাই।”

ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছে যে – ১২ লক্ষাধিক যুৱক-যুৱতীয়ে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই সকলো প্ৰাৰ্থী অসমীয়াই আছিল। বাকী লাখ লাখ অসমীয়া প্ৰাৰ্থী চৰম অন্যায় কৰি অকল জালুকবাৰী অসমীয়া প্ৰাৰ্থীৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে ইমান অনুকম্পা দেখুৱালে কিয় ?

দ্বিতীয় কথা হৈছে – প্ৰাৰ্থীৰ বয়সৰ বাবে জন্মৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক। তেনেস্থলত স্কুলৰ পৰা দিয়া প্ৰমাণ পত্ৰকে একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰমাণ পত্ৰ বুলি গণ্য কৰা হ’ল কিয় ? যিসময়ত দিব্যাংগসকলৰ ক্ষেত্ৰত বাৰে বাৰে শাৰীৰিক পৰীক্ষা কৰি ৩১৬ জনৰ মাত্ৰ ৪ জনকহে যোগ্য ঘোষণা কৰা হৈছে।

তৃতীয়তে কোনো বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজৰ অনুমানৰ ভিত্তিত প্ৰমাণ পত্ৰ দিব নোৱাৰে। পূৰ্বৰ নথিৰ ভিত্তিতহে তেওঁ প্ৰমাণ পত্ৰ দিব লাগিব। যদি সঁ‌চাকৈয়ে স্কুলৰ প্ৰধান শিক্ষকে বয়স কমাই কোনো প্ৰাৰ্থীক প্ৰমাণ পত্ৰ দিছে তেন্তে এইক্ষেততো বৃহৎ দুৰ্নীতি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। 

ডি ৱাই এফ আইয়ে মুখ্যমন্ত্ৰীৰ পাতল আৰু অসত্য কথাৰ প্ৰতিবাদ জনাই এই সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ। অন্যথা এটা কথা প্ৰমাণ হ’ব যে অসমৰ চাকৰি প্ৰাৰ্থীৰ যোগ্যতা হিচাপি শিক্ষাগত যোগ্যতাৰ উপৰি বিজেপি বা আৰ এছ এছৰ সদস্য হ’ব লাগিব আৰু জালুকবাৰী সমষ্টিৰ বাসিন্দা হ’লে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব। 

এজনৰ পাছত এজনকৈ বিজেপি-আৰ এছ এছৰ নেতা চাকৰিৰ বিনিময়ত চাকৰি দিয়া গোচৰত গ্ৰেপ্তাৰ হৈছে অথচ এনে সময়তো মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি অনিয়মকে ন্যাযতা প্ৰদান কৰিবলৈ অসত্য কথাৰ আশ্ৰয় লৈ ৰাজহুৱা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ এনে নীতিহীন আৰু দুৰ্নীতিক পৰাশ্ৰয় দিয়া স্বজন-তোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ অসমৰ যুৱ সমাজলৈ ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd