• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইয়াৰফোন, লকেট, স্ক্ৰু, ৰাখী কি যে নাছিল – পেট নহয় যেন মিউজিয়ামহে! স্তম্ভিত চিকিৎসক

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 29, 2023 11:15 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াৰফোন, লকেট, স্ক্ৰু,কেইবাটাও ৰাখী – কি নাছিল তেওঁৰ পেটত! যেন সৰু এটা মিউজিয়ামহে। অপাৰেচন কৰি থাকোঁতে স্তম্ভিত হৈ পৰে চিকিৎসকসকল। পঞ্জাৱৰ মোগাৰ এজন ৪০ বছৰীয়া ব্যক্তি দুদিন ধৰি অসুস্থ হৈ পৰিছিল। বমি, তীব্ৰ জ্বৰ আৰু পেটৰ বিষৰ বাবে মোগাৰক মেডিচিন হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। পেটৰ বিষৰ পৰা কোনো সকাহ নোপোৱাত চিকিৎসকে তেওঁৰ পেটৰ এক্স-ৰে, স্কেন কৰাৰ সিদ্ধান্ত ল’লে।

ইয়াৰ পৰা দেখা গ’ল যে মানুহজনৰ পেটৰ ভিতৰত বহু ধাতুৰ বস্তু আৱদ্ধ হৈ আছে। ইয়াৰ পিছত চিকিৎসকে অপাৰেচন কৰিবলৈ আগবাঢ়িল। বৃহস্পতিবাৰে প্ৰায় তিনি ঘণ্টা ধৰি চলে অস্ত্ৰোপচাৰ। তেওঁৰ দেহৰ পৰা ১০০ৰো অধিক সামগ্ৰী উলিয়াই অনা হয়।

চিকিৎসকে কয় যে তেওঁৰ পেটত পোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে – ইয়াৰফোন, ৱাশ্বাৰ, নাট-বল্ট, তাঁৰ, ৰাখী, লকেট, বুটাম, ৰেপাৰ, হেয়াৰক্লিপ, জিপাৰ টেগ, মাৰ্বল আৰু ছেফটি পিন।

Apply Now

লগতে পঢ়কঃ কি যে বিড়ম্বনা, গ্ৰীচত ১ কুইণ্টল ভাং খাই ভেড়া হৈ পৰিল ‘ছাগলী’!

মেডিচিটি হাস্পতালৰ সঞ্চালক ডা. আজমেৰ কালৰাই কয় যে তেওঁলোকে আগতে কেতিয়াও এনে ঘটনা দেখা নাছিল। যোৱা দুবছৰ ধৰি পেটৰ সমস্যাত ভুগি আছিল লোকজন। যদিও তেওঁৰ শৰীৰৰ পৰা সকলো ধাতুৰ বস্তু আঁতৰাই পেলোৱা হৈছে, তথাপিও তেওঁৰ অৱস্থা সুস্থিৰ হোৱা নাই বুলিও তেওঁ জনায়।

তেওঁৰ মতে, সেই বস্তুবোৰ তেওঁৰ পেটত বহুদিন ধৰি আছিল। ফলত আন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। পেটৰ পৰা বস্তুবোৰ আঁতৰোৱাৰ পিছত এতিয়া সেই সমস্যাবোৰ দূৰ কৰাই তেওঁলোকৰ লক্ষ্য ।

মানুহজনৰ পৰিয়ালটোও আচৰিত হৈ পৰিছে। তেওঁলোকে কয় যে তেওঁ কেতিয়া কিয় বস্তুবোৰ গিলিছিল তাৰ কোনো ধাৰণাই তেওঁলোকৰ নাছিল। তেওঁৰ পিতৃ-মাতৃয়েও কয় যে তেওঁলোকেও পুত্ৰৰ এই অদ্ভুত অভ্যাসৰ বিষয়ে একো নাজানে। অৱশ্যে তেওঁলোকে কয় যে ব্যক্তিজনৰ মানসিক সমস্যা আছে।

লগতে পঢ়কঃ Asian Games 2023: বিশ্ব অভিলেখ গঢ়ি ৫০ মিটাৰ ৰাইফলত স্বৰ্ণ জয় স্বপ্নিল-ঐশ্বৰ্য-অখিলৰ

চিকিৎসালয়ত ভৰ্তি হোৱাৰ কিছুদিন আগৰ পৰা তেওঁ ৰাতি শুব পৰা নাছিল। পেটৰ বিষ হোৱা বুলি কৈছিল। ইয়াৰ আগতে তেওঁক কেইবাজনো চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছিল। কিন্তু, তেওঁৰ পেটৰ বিষৰ প্ৰকৃত কাৰণ কোনেও ধৰিব পৰা নাছিল।

এন ই নাও  নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd