• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2023 6:35 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভেকচিন প্ৰস্তুত কৰাত অৰিহণা যোগোৱাৰ বাবে দুগৰাকী বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে। 

এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা দুই বিজ্ঞানী ক্ৰমে কেটালিন কেৰিকো আৰু ড্ৰিউ ৱাইজমেনলৈ আগবঢ়োৱা হৈছে। নিউক্লিঅ’চাইড বেছ মডিফিকেচনৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক নোবেল বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁলোকৰ এই আৱিষ্কাৰৰ ফলত কোভিড – ১৯ ৰ বিৰুদ্ধে এটা ফলপ্ৰসূ mRNA ভেকচিন প্ৰস্তুত কৰা হয়।

Apply Now

সোমবাৰে ষ্টকহ’মৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সেছ ভৱনত দুজন বিজ্ঞানীৰ নাম ঘোষণা কৰে নোবেল কমিটীয়ে। এই তথ্য নোবেল বঁটাৰ অফিচিয়েল ৱেবছাইটতো প্ৰকাশ পাইছে।

নোবেল কমিটীৰ ফেচবুক পেজৰ তথ্য অনুসৰি ২০২০ চনৰ আৰম্ভণিতে আৰম্ভ হোৱা ক’ৰোনা মহামাৰীৰ এক ফলপ্ৰসূ mRNA ভেকচিন প্ৰস্তুতৰ বাবে বিজ্ঞানী দুগৰাকীৰ এই আৱিষ্কাৰ গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকৰ যুগান্তকাৰী তথ্যই miRNA-এ প্ৰতিৰোধ ক্ষমতাক কেনেদৰে প্ৰভাৱিত কৰে সেই বিষয়ে জনাত সহায় কৰিলে। 

উল্লেখ্য যে, অহা মঙলবাৰে পদাৰ্থ বিজ্ঞানত, বুধবাৰে ৰসায়ন বিজ্ঞানত আৰু বৃহস্পতিবাৰে সাহিত্যৰ নোবেল বিজয়ীৰ নাম ঘোষণা কৰা হ’ব সাহিত্যত। লগতে শুকুৰবাৰে ঘোষণা কৰা হ’ব শান্তিৰ নোবেল বঁটা বিজয়ীৰ নাম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

June 18, 2026 7:52 pm
চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd