• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 8:09 am
এ আই-য়ে সৃষ্টি কৰা ক্ৰিকেটাৰসকলৰ কল্পনাৰ ছবি।

এ আই-য়ে সৃষ্টি কৰা ক্ৰিকেটাৰসকলৰ কল্পনাৰ ছবি।

614
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইমাহমানত কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। মিডজাৰ্নিৰ দৰে এআইৰ দ্বাৰা নিৰ্মিত ছবিয়েও ছ’চিয়েল মিডিয়াত ব্যাপক সঁহাৰি লাভ কৰিছে। এজন শিল্পীয়ে এই সঁজুলি ব্যৱহাৰ কৰি ১৯৫০ চনৰ জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰৰ পুনৰ কল্পনা কৰিছে।

ফ্লেছবেক ফটোৰ সংগ্ৰহে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে আৰু ৰেডিটত ভাইৰেল হৈ পৰিছে।

Redditor @anshuwuman ৰ  Sub-reddit ‘IndianArtAI’ ত ভিডিঅ’’টো পোষ্ট কৰা হৈছে। ভিডিঅ’টোত ক্ৰিকেটাৰসকলক ব্লেক এণ্ড হোৱাইট  ষ্টাইলত দেখা গৈছে।

ভিডিঅ’টোৰ আৰম্ভণিতে ফ্ৰেন্স দাড়ি আৰু নিখুঁতভাৱে কম্বিং কৰা চুলিৰে ক্লিন লুক স্প’ৰ্ট কৰা দেখা গৈছে বিৰাট কোহলীৰ ক’লা-বগা ছবি। ইয়াৰ পিছতে দেখা গৈছে ৰোহিত শৰ্মা, তাৰ পিছতে দেখা গৈছে এম এছ ধোনী আৰু হাৰ্দিক পাণ্ডিয়াক। এই অপ্ৰত্যাশিত ৰূপত শুভমান গিলকো দেখা গৈছে আৰু লগতে যশপ্ৰীত বুমৰাহ, কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাডেজাকো দেখা গৈছে। (তলত ভিডিঅ’ চাওক)

ৰেডডিট ব্যৱহাৰকাৰীসকলে শিল্পীগৰাকীৰ সৃষ্টিশীলতাক লৈ আচৰিত হৈছে। এজন নেটিজেনে মন্তব্য কৰিছে, ‘তৃতীয় এজন এম এছ ডি? কিন্তু ইয়াৰ ভিতৰত শ্ৰেষ্ঠ। কোনোবাই লিখিছে, ‘তেওঁলোকৰ ৰেট্ৰ’ লুকটো অতি সুন্দৰ’।

আন কোনোবাই আকৌ মন্তব্য কৰিছে, ‘পঞ্চাশৰ দশকত সকলোৰে এটা দুৰ্দান্ত লুক আছিল’। কোনোবাই লিখিছে, ‘এ আই-য়ে মোৰ প্ৰত্যাশাক অতিক্ৰম কৰি গৈছে’।

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd