• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মিছ ইণ্ডিয়াৰ পৰা বলীউডৰ নায়িকালৈ… এতিয়া ভিক্ষুক হৈ দিন কটাইছে এইগৰাকী সুন্দৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2023 7:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ অভিনেত্ৰী বৰখা মদনক হয়তো মনত আছে আপোনাৰ। কেৱল বলীউডতে নহয়, এসময়ত এইগৰাকী অভিনেত্ৰীয়ে হিন্দী ধাৰাবাহিকতো অভিনয় কৰিছিল। মিছ ইণ্ডিয়া প্ৰতিযোগিতাত সুস্মিতা সেন আৰু ঐশ্বৰ্য ৰায়ৰো প্ৰতিদ্বন্দী আছিল এইগৰাকী বৰখা মদন। 

Apply Now

৯০ দশকত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত তৃতীয় ৰানাৰ্ছ আপ আছিল বৰখা মদন। ইয়াৰ পিছত তেওঁৰ বাবে মুকলি  হৈছিল বলীউডৰ দুৱাৰ । খুব কম সময়ৰ ভিতৰতে ধন, সফলতা, খ্যাতি, প্ৰতিপত্তি অৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল বৰখাই। এসময়ত তেওঁ মডেলিঙৰ জগতখনতো আছিল খুবেই জনপ্ৰিয়। কিন্তু এই সকলো ত্যাগ কৰি এতিয়া তেওঁ এগৰাকী বৌদ্ধ ভিক্ষুক।

১৯৯৬ চনত অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ সৈতে ‘খিলাৰীও কা খিলাৰী’ ছবিত অভিনয় কৰিছিল বৰখাই। এইখনেই আছিল তেওঁৰ প্ৰথমখন ছবি। তাৰ পিছত তেওঁ পৰিচালক ৰামগোপাল বৰ্মাৰ ছবি ‘ভূত’ত অজয় ​​দেৱগন আৰু উৰ্মিলা মাতেন্দকাৰৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।

কিন্তু দিন বাগৰি যোৱাৰ পিছতো অভিনয়ৰ জগতখনত নিজকে সম্পূৰ্ণৰূপত প্ৰতিষ্ঠা কৰিব পৰা নাছিল বৰখাই।  বৰখাই বলিউডত নিজৰ স্থান সুৰক্ষিত কৰাৰ সময়লৈ তেওঁৰ একালৰ প্ৰতিদ্বন্দী তথা একেলগে যাত্ৰা আৰম্ভ কৰা সুস্মিতা সেন আৰু ঐশ্বৰ্য ৰায় হৈ পৰিছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তাৰকা। 

তাৰ পিছত বৰখাই প্ৰৱেশ কৰে টেলিভিছন জগতত।  কিন্তু দিনক দিনে তেওঁৰ মানসিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰিলে। হতাশাই আগুৰি ধৰিলে তেওঁক।

ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে এটা প্ৰডাকচন কোম্পানী খুলিলে। ইয়াৰ জড়িয়তে বৰখাই নিজেই ‘শ্বোচ শ্ব’ আৰু ‘ছুৰখাব’ নামৰ দুখনকৈ ছবি প্ৰযোজনা কৰিলে। ইয়াতো সফলতা লাভ নকৰিলে তেওঁ।   নিজৰ ধনেৰে নিৰ্মাণ কৰা ছবি দুখনৰ পৰা বৰখাই কোনো লাভ আদায় কৰিব নোৱাৰিলে। গতিকে তাৰ পিছত তেওঁ ক্ৰমান্বয়ে গ্লেমাৰ জগতখনৰ পৰা নিজকে আঁতৰাই আনিবলৈ ধৰিলে।

ইয়াৰ মাজতে হঠাৎ এদিন বৌদ্ধ মঠ এটা পৰিদৰ্শন কৰি থাকোঁতে বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ পৰিল তেওঁ। বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে বৰখা মদনে। এতিয়া তেওঁৰ নতুন নাম গালটেন ছামটেন। এদৰেই মিছ ইণ্ডিয়াৰ পৰা বলিউডলৈকে এটা বৰ্ণাঢ্য জীৱনৰ মাজেৰে আহি আজি বৌদ্ধ সন্ন্যাসী হিচাপে ত্যাগৰ জীৱন কটাইছে বৰখা মদনে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

August 24, 2026 6:49 pm
ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd