• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ; আজি ভোটদানৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 9, 2023 9:23 am
433
VIEWS
Share on FacebookShare on Twitter

আজি (সোমবাৰে) নিৰ্বাচন আয়োগে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰিব। এই ৰাজ্যসমূহৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

জানিব পৰা মতে, নিৰ্বাচন আয়োগে এই ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে। সূত্ৰ অনুসৰি, চত্তীশগড়ত ২টা পৰ্যায়ত আৰু মধ্য প্ৰদেশ, মিজোৰাম, ৰাজস্থান আৰু তেলেংগানাত ১টাকৈ পৰ্যায়ত ভোটদান অনুষ্ঠিত হব পাৰে।

লগতে পঢ়কঃ ভাইৰেল হৈ পৰিছে এজন ‘কুকি’ লোকক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ! বিৰোধীৰ প্ৰতিক্ৰিয়া

সূত্ৰ অনুসৰি, নৱেম্বৰ আৰু ডিচেম্বৰ মাহত ৫খন ৰাজ্যত বিভিন্ন পৰ্যায়ত ভোটগ্ৰহণ হ’ব। পাঁচখন ৰাজ্যত ১ৰ পৰা ২টা পৰ্যায়ত ভোটদান হ’ব পাৰে।

যোৱা শুকুৰবাৰে দিল্লীত ৫খন ৰাজ্যৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ সৈতে নিৰ্বাচন আয়োগে বৈঠকত মিলিত হৈছিল। শান্তিপূৰ্ণ আৰু নিকাভাৱে নিৰ্বাচন কেনেদৰে অনুষ্ঠিত কৰিব পাৰি সেই সন্দৰ্ভত বৈঠকত আলোচনা হয়।

ইপিনে,ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ বাবে সাজু হৈছে আৰু আগ্ৰহেৰে অপেক্ষা কৰি থকা ভোটদানৰ তাৰিখো ঘোষণা কৰা হ’ব। এই সন্দৰ্ভত আজি দিনৰ ১২ বজাত নিৰ্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰিব।

লগতে পঢ়কঃইজৰাইলত হামাছৰ আক্ৰমণত নিহত ১০ গৰাকী নেপালী শিক্ষাৰ্থী; নিশ্চিত কৰিছে দূতাবাসে

উল্লেখ্য যে চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত মিজোৰাম বিধানসভাৰ কাৰ্যকাল শেষ হ’ব। আনহাতে, অহা বছৰৰ জানুৱাৰী মাহত তেলেংগানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভাৰ কাৰ্যকাল বিভিন্ন তাৰিখত সমাপ্ত হ’ব। তেলেংগানাত কেচিআৰৰ দল বিআৰএছ, মধ্যপ্ৰদেশত বিজেপি আৰু ৰাজস্থান-চত্তীশগড়ত কংগ্ৰেছ ক্ষমতাত আছে। 

Recent News

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd