• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডেংগুৰ বাবে কমি গৈছে প্লেটলেট; চেন্নাইৰ হাস্পাতালত ভৰ্তি তাৰকা অ’পেনাৰ শুভমন গীল!

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 10, 2023 8:48 am
শুভমন গীল। ফাইল ফটোঃ সংগ্ৰহীত।

শুভমন গীল। ফাইল ফটোঃ সংগ্ৰহীত।

7.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ তাৰকা অ’পেনাৰ শুভমন গীলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাতৰি অনুসৰি, সোমবাৰে পুৱা তেওঁক চেন্নাইৰ কাবেৰী হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে,গীলৰ প্লেটলেটৰ সংখ্যা অত্যন্ত কমি গৈছে। সেইবাবেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশ্যে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

বাতৰি অনুসৰি, যোৱা কেইদিনমানৰ পৰা গীলৰ প্লেটলেটৰ সংখ্যা কমি আছে। এনে পৰিস্থিতিত চিকিৎসকে গীলক বিমানত নুঠিবলৈ পৰামৰ্শ দিয়ে।

লগতে পঢ়কঃ আমেৰিকাৰ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনে লাভ কৰিলে ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা

সেয়ে, আফগানিস্তানৰ বিৰুদ্ধে খেলিবলৈ যোৱা দলটোৰ সৈতে দিল্লীলৈ যোৱা নাই গীল। বৰঞ্চ তেওঁক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।

যোৱা ৪ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন মেচ খেলিবলৈ চেন্নাইত উপস্থিত হোৱাৰ পিছৰে পৰা ভাৰতীয় দলৰ অধিকাংশই ব্যক্তিগতভাৱে গীলক দেখা পোৱা নাই।

Shubman Gill hospitalised in Chennai after the platelet count dropped a bit. (PTI).

A big set back for India ahead of big matches in the coming days! pic.twitter.com/o5nUTjX6Hd

— Mufaddal Vohra (@mufaddal_vohra) October 10, 2023

বাতৰি মতে, গীল টিম হোটেলত আছিল য’ত কাবেৰী হাস্পতালৰ চিকিৎসকে আহি তেওঁক চোৱাচিতা কৰি আছিল। তেজৰ পৰীক্ষাও কৰিছিল। 

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd