• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাক খাই ঘুৰিল পাকিস্তান! দুৰ্দান্ত জয় ভাৰতৰ; কেনেকৈ স্নায়ু যুঁজত ঠাণ্ডা মগজুৰে খেলিলে ৰোহিত বাহিনীয়ে?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2023 7:50 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদত ভাৰতীয় দলৰ সন্মুখত অতি সাধাৰণভাৱে উৰি গ’ল পাকিস্তান। টীম ইণ্ডিয়াই ১১৭টা বল বাকী থকা অৱস্থাত মাত্ৰ ৩টা উইকেট হেৰুৱাই পাকিস্তানে দিয়া ১৯২ ৰানৰ লক্ষ্যত উপনীত হ’ল। ইয়াৰ পূৰ্বে বিশ্বকাপত পাকিস্তানক ৭খন মেচত পৰাস্ত কৰিছিল ভাৰতে। কিন্তু শনিবাৰে আহমেদাবাদত যি শক্তিৰে ৰোহিত শৰ্মাৰ দলটোৱে পাকিস্তানক পৰাস্ত কৰিলে, হয়তো ইয়াৰ পূৰ্বে কোনো ভাৰতীয় দলে সেইটো দেখুৱাব পৰা নাছিল।

কিন্তু কি যাদুৰ দ্বাৰা টীম ইণ্ডিয়াই কাৰ্যতঃ পাক দলটোক বিধ্বস্ত কৰিলে? কিয় বুমৰাহৰ সন্মুখত বাবৰ বাহিনী খেৰ কূটাৰ দৰে উৰি গ’ল? দৰাচলতে বাবৰ বাহিনীয়ে সমগ্ৰ খেলখনতে ভাৰতীয় দলটোক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। কেৱল ভাৰতৰ ভাল প্ৰদৰ্শন নেকি, বা বাবৰেও ভুল কৰিলে? পাকিস্তান হেৰুৱাৰ পাঁচটা কাৰণ কি কি? চাও আহক তাৰে কেইটামান কাৰণ-

Apply Now

*বিশ্বকাপত ভাৰত-পাকৰ মেচ মানে পাকিস্তানে অধিক স্নায়ুৰ চাপ অনুভৱ কৰে। বিশেষকৈ বিশ্বকাপত এতিয়ালৈকে ভাৰতক পৰাস্ত কৰিব নোৱাৰাৰ ব্যৰ্থতাই পাকিস্তানী ক্ৰিকেটাৰসকলক খেদি ফুৰে। যিয়ে অতিৰিক্ত মানসিক চাপৰ সৃষ্টি কৰে। এইবাৰো বাবৰে সেই চাপৰ পৰা ওলাই আহিব নোৱাৰিলে।

*আহমেদাবাদৰ খেলপথাৰত ১৯১ ৰানত বল আউট হব লগাকৈ কোনো অজুহাত নাছিল। বিশেষকৈ নতুন বল বেটত ভালদৰেই আহি আছিল। পাকিস্তানৰ মাজত ভাল পাৰ্টনাৰশ্বিপো আছিল। বিশেষকৈ বাবৰ আৰু ৰিজৱানৰ যুটিটোৱে ভাল গতি দিছিল। তাৰ পৰা ভাৰতীয় বলাৰসকলে যি ধৰণে কামবেক কৰিছিল সেয়া সঁচাকৈয়ে অবিশ্বাস্য।

*প্ৰথমে ছিৰাজ আৰু তাৰ পিছত বুমৰাহ, বাবৰ আৰু ৰিজৱান আউট হোৱাৰ ধৰণটো নিঃসন্দেহে প্ৰশংসাৰ যোগ্য। এনে নিখুঁত আৰু সম্পূৰ্ণ বলিং প্ৰদৰ্শন আচলতে বৰ বেছিকৈ দেখা নাযায়। ভাৰতৰ হৈ বুমৰাহ, ছিৰাজ, হাৰ্দিক, কুলদীপ, জাদেজা আটাইকেইজনে দুটাকৈ উইকেট দখল কৰে।

টছত জয়ী হোৱাৰ পৰা প্ৰথমে ফিল্ডিংলৈ নিখুঁত বলিং পৰিৱৰ্তন কৰিছিল ভাৰতে। কেপ্তেইন ৰোহিতে আৰম্ভণিৰে পৰাই জানিছিল যে তেওঁ কি কৰিব বিচাৰে। এটা সময়ত পাক বেটছমেনসকলে যথেষ্ট আৰামত খেলি আছিল। কিন্তু তেতিয়াও ৰোহিতে মেচৰ নিয়ন্ত্ৰণ হাতৰ পৰা ওলাই যাবলৈ নিদিলে। তেওঁ নিজৰ ষ্ট্ৰাইক বলাৰক ঘূৰাই আনি বাবৰ-ৰিজৱানৰ দৰে ছেট বেটছমেনৰ উইকেট লয়। আৰু উইকেট পোৱাৰ পাছত তেওঁ ষ্ট্ৰাইক বলাৰৰ সৈতে ইনিংছ শেষ কৰি পাকিস্তানে যাতে মেচলৈ ঘূৰি আহিব নোৱাৰে তাকো নিশ্চিত কৰে।

 

APTOPIX India Cricket Wcup

*ৰোহিত শৰ্মাৰ অধিনায়কত্বই ভাৰতৰ বলাৰক উচিত কৃতিত্ব দিয়াৰ বিপৰীতে পাকিস্তান দলৰ এই বিপৰ্যয়ৰ বাবে তেওঁলোক নিজেই বহুলাংশে দায়ী। পাকিস্তানে হয়তো ভাবিছিল যে এই খেলপথাৰত ৩০০-৩৫০ ৰান নকৰিলে জয়ী হ’ব নোৱাৰে। সেই চিন্তাত পাকিস্তানৰ লৱাৰ মিডল অৰ্ডাৰ বেটছমেনে ক্ৰীজত তিষ্ঠি থকাৰ কোনো চেষ্টাই নকৰিলে। ১৫৫ৰ পৰা ১৯১ ৰানৰ ভিতৰত ৩৬ ৰানত পাকিস্তানে শেষৰ ৭টা উইকেট হেৰুৱাইছে। পাকিস্তানৰ অন্তিম সাতজন বেটছমেনৰ ভিতৰত মাত্ৰ এজনেহে দহ নম্বৰ অতিক্ৰম কৰিলে। তেওঁ হৈছে হাছান আলী (১২)।

* লক্ষ্য আছিল মাত্ৰ ১৯২ ৰান। এই মেচত ভাৰতৰ জয়ৰ ওপৰত বিশেষ সন্দেহ নাছিল। আৰু যদি কিবা সামান্য সন্দেহ আছিলো সেয়া ভাৰতীয় বেটছমেনে উৰুৱাই লৈ গৈছিল। বিশেষকৈ অধিনায়ক ৰোহিতৰ ৬৩টা বলত ৮৬ ৰানৰ ইনিংছটোৱে পাক কফিনত শেষ গজালটো মাৰি দিছিল। বাকী কামখিনি কৰিলে শ্ৰেয়াছ আয়াৰে। তেওঁৱো ৫৩ ৰান সংগ্ৰহ কৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd