• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পানীয়েই প্ৰাণ: পিছে সাৱধান! অধিক পানীয়েও কৰে ক্ষতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2023 3:18 pm
Dangers Of Drinking Too Much Water
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পানী জীৱৰ প্ৰাণ। মানুহকে ধৰি সকলো জীৱৰ শৰীৰতে নিৰ্দিষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। কম পানী খোৱা বা পানী নোখোৱাকৈ থাকিলে শৰীৰৰ ক্ষতি কৰে। কিন্তু একেদৰে অত্যাধিক পানী খোৱাটোও ভাল নহয়।

অত্যাধিক পানী খালে বৃক্ক আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি হ’ব পাৰে। তেজৰ ঘনত্ব হ্ৰাস হ’ব। শৰীৰত নিমখৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। শৰীৰ, মুৰ ফুলিব পাৰে। মুৰৰ বিষৰ পৰা উশাহ চুটি হোৱালৈকে সমস্যা হ’ব পাৰে।

Apply Now

শৰীৰ সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ পানীৰ কোনো বিকল্প নাই। পানী খালে মুৰৰ বিষ হ্ৰাস কৰে। পেশীৰ শক্তি বৃদ্ধি পায়। হাড়ৰ যোৰা আৰু কাৰ্টিলেজ সুৰক্ষিত কৰে।

পানীয়ে ছালখন ধুনীয়া কৰি ৰাখে। ওজন হ্ৰাস কৰে। শৰীৰত জলীয় পদাৰ্থৰ ভাৰসাম্য বজাই ৰাখে। পানীয়ে শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰাখে।

পানীয়ে মূৰ বা চকু, দাঁত, হৃদযন্ত্ৰ, হাঁওফাঁও,বৃক্ক, যকৃত, পাচন তন্ত্ৰ, খাদ্যনলীৰ কাৰ্য স্বাভাৱিক কৰি ৰাখে। কম পানী খোৱাটোৱে শৰীৰৰ ক্ষতি কৰে।

প্ৰায় সকলোৱে এই কথা জানে। কিন্তু আপুনি অত্যাধিক পানী খালেও মাৰাত্মক বিপদ ঘটিব পাৰে। চিকিৎসকসকলে কয় যে অধিক পানী খোৱাৰ ফলত তেজত ছডিয়ামৰ পৰিমাণ হ্ৰাস হয়।

ফলস্বৰূপে, বমি অহা, ভাগৰ, টোপনি, অত্যাধিক প্ৰস্ৰাৱ আৰু মুৰৰ বিষ হয়। অধিক পানী খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হয়। হৃদযন্ত্ৰৰ ওপৰত অপ্ৰয়োজনীয় চাপ বাঢ়ে। হাৰ্ট এটেক হ’ব পাৰে।

অতিৰিক্ত পানীয়ে বৃক্ক ফিল্টাৰ কৰাৰ প্ৰক্ৰিয়া ব্যাহত কৰে। কোষবোৰত অতিৰিক্ত পানী গ’লে শৰীৰৰ কোষবোৰ ফুলি যায়। মুৰৰ কোষবোৰো ফুলিব পাৰে। ইয়াৰ ফলস্বৰূপে মগজুৰ ষ্ট্ৰোক হ’ব পাৰে।

অতিৰিক্ত পানীয়ে শৰীৰত পটাছিয়ামৰ পৰিমাণ হ্ৰাস কৰে। ফলত বুকুৰ বিষ আৰম্ভ হয়। যকৃতৰ সমস্যা বাঢ়ি গৈ থাকে। পেটৰ বিষ আৰম্ভ হয়।

কেৱল সেয়াই নহয়, চিকিৎসকসকলে দাবী কৰে যে প্ৰয়োজনতকৈ অতিৰিক্ত পানী শৰীৰলৈ গ’লে মৃত্যু হ’ব পাৰে। কিছুমান দিনে ৮ গিলাচ পানী খাব লাগে বুলি কয়, আন কিছুমানে কয় যে ২ লিটাৰ পানী যথেষ্ট।

কিন্তু সকলোৰে শৰীৰক একেই পানীৰ প্ৰয়োজন নহয়। শৰীৰত পানীৰ চাহিদা শৰীৰৰ আকৃতি আৰু আমি কিমান কাম কৰোঁ, আমি কেনে ধৰণৰ খাদ্য খাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰে।

চিকিৎসকে কয় যে ব্যক্তিজনৰ যিমান ওজন তাক ৩০ ৰে হৰণ কৰিলে যি সংখ্যা ওলায় তেওঁ দৈনিক সিমান লিটাৰ পানী খাব লাগে। যদি আপুনি প্ৰতিদিনে আধা ঘণ্টাৰ ব্যায়াম কৰে তেন্তে আপুনি অতিৰিক্ত ৭০০ মিলি লিটাৰ পানী খাব লাগিব।

অধিক পাচলি আৰু ফলমূল খালে পানী অলপ কম খালে কোনো ক্ষতি নহয়। কিয়নো আমি গ্ৰহণ কৰা পানীৰ ২০-২৫ শতাংশ খাদ্যৰ পৰা আহে।

গতিকে পানী কমো নহয়, বেছিও নহয়। বিপদ এৰাই চলিবলৈ আপুনি হিচাপ ৰাখি পানী খাব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd