• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘পত্নীয়ে ৰান্ধিব নজনাটো কোনো নিষ্ঠুৰতা নহয়’- বিবাহ বিচ্ছেদ বিচৰাৰ কাৰণ শুনি ক’লে আদালতে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 8:12 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এলানি অভিযোগ লৈ পত্নীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ গোচৰ তৰিছিল এজন লোকে। তেওঁৰ এটা অভিযোগ আছিল যে তেওঁৰ পত্নীয়ে ৰান্ধিব নাজানে। তেওঁক ৰান্ধি খুৱাব নোৱাৰে। কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু ন্যায়াধীশ ছফী থমাছক লৈ গঠিত খণ্ড বিচাৰপীঠৰ সন্মুখত এই গোচৰটো উত্থাপন হয়। কিন্তু কেৰেলা উচ্চ ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰি দিছে।

আদালতে স্পষ্ট কৰি দিছে যে পত্নীয়ে যদি ৰান্ধিব নাজানে, তেতিয়াহ’লে ৰন্ধা-বঢ়া কৰি স্বামীক খুৱাব নোৱাৰোটে অপৰাধ নহয়। ৰান্ধিব নজনা আৰু সেয়ে ৰান্ধি খুৱাব নোৱাৰাটোক কৱ ‘নিষ্ঠুৰতা’ বুলি গণ্য কৰিব নোৱাৰি।

তেওঁলোকৰ বিবাহিত জীৱনৰ ১১ বছৰ পাৰ হৈ গৈছে। ২০১২ চনৰ মে’ মাহত তেওঁলোকৰ বিবাহ হয়। তেতিয়া তেওঁলোক বিদেশত বাস কৰিছিল। আবুধাবিত আছিল। পত্নীয়ে বিভিন্ন ধৰণে তেওঁক অপমান কৰা বুলি অভিযোগ কৰে স্বামীয়ে। আনকি আত্মীয় স্বজনৰ সন্মুখতো অপমান কৰা বন্ধ নকৰে। তেওঁক উপযুক্ত সন্মান নিদিয়া আৰু সদায় দূৰত্ব বজাই ৰখাৰো অভিযোগ কৰে।

Apply Now

লগতে পঢ়কঃ পানীয়েই প্ৰাণ: পিছে সাৱধান! অধিক পানীয়েও কৰে ক্ষতি

কেৱল সেয়াই নহয়, এই অশান্তিৰ মাজতে এবাৰ পত্নীয়ে স্বামীৰ অফিচৰ সৈতেও যোগাযোগ কৰিছিল। অভিযোগ অনুসৰি তাতো তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও ৰন্ধা-বঢ়া নকৰাৰ লগতে শাহুৱেকৰ সৈতে অকাৰণতে কাজিয়া কৰাৰ অভিযোগো উত্থাপন হৈছে।

ইপিনে, পত্নীৰো এটা ওলোটা অভিযোগ আছে। অভিযোগ অনুসৰি স্বামীৰ যৌন বিকৃতি আছিল আৰু মাজে মাজে পত্নীক শাৰীৰিক ৰূপক লৈ ঠাট্টা কৰিছিল। পত্নীয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীৰ মানসিক সমস্যা আছে।

আদালতত স্বামীৰ কাৰ্যালয়ত যোগাযোগৰ কথাৰো বাখ্যা দিয়ে। মহিলাগৰাকীৰ মতে, তেওঁ নিজৰ বিবাহিত জীৱনক লৈ চিন্তিত হৈ পৰিছিল। আদালতত তেওঁ কয় যে তেওঁৰ স্বামীৰ সৈতে কি হৈছে জানিবলৈ তেওঁৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিল।

লগতে পঢ়কঃ ‘এক অজীৱ সী বেতাবি….’: বিচ্ছেদ বিহ্বল ধাৱানৰ আৱেগিক ব্যাকুলতা

দুয়োপক্ষৰ বক্তব্য শুনাৰ পিছত আদালতে বিবাহ বিচ্ছেদৰ গোচৰ খাৰিজ কৰে। প্ৰায় ১০ বছৰ ধৰি বিচ্ছেদ হৈ আছে এই দম্পতী। কিন্তু আদালতে কয় যে যিহেতু বিবাহ বিচ্ছেদৰ কোনো পৰ্যাপ্ত কাৰণ বিচাৰি পোৱা নগ’ল, গতিকে এটা পক্ষই একপক্ষীয়ভাৱে বৈবাহিক সম্পৰ্কৰ পৰা ওলাই আহিব নোৱাৰে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm
ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd