• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিন্তা নাই, এতিয়াৰ পৰা পুৰুষেও ল’ব পাৰিব গৰ্ভনিৰোধক  বেজী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 7:38 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

গৰ্ভ নিৰোধৰ বাবে আহিছে নতুন উপায়। এতিয়াৰে পৰা পুৰুষৰ বাবেও উপলব্ধ হ’ব গৰ্ভনিৰোধক বেজী। 

ইতিমধ্যে গৰ্ভ নিৰোধৰ বাবে মহিলাসকৰ বাবে বিভিন্ন পদ্ধতি বা উপায় আছে। কিন্তু এতিয়াৰ পৰা পুৰুষেও বেজী লৈ অনাকাংক্ষিত গৰ্ভধাৰণৰ পৰা বাচি থাকিব পাৰিব। 

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আই.চি.এম.আৰ) সফলভাবে সম্পন্ন কৰিছে গৰ্ভনিৰোধক বেজী। প্ৰায় ৩০০ পুৰুষৰ শৰীৰত এই বেজীৰে পৰীক্ষা চলাই সফলতা লাভ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে।

এই বেজী লোৱাৰ পিছত কোনো পুৰুষৰ শৰীৰত গুৰুতৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই। আই.চি.এম.আৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৯৯ শতাংশ পুৰুষৰ ক্ষেত্ৰত গৰ্ভনিৰোধক  বেজী সম্পূৰ্ণ কাৰ্যক্ষম বুলি প্ৰমাণিত হৈছে।

উল্লেখ্য যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে বহু বছৰৰ পৰাই পুৰুষৰ বাবেও গৰ্ভ নিৰোধক বেজী প্ৰস্তুত কৰাৰ চেষ্টা চলাই আহিছিল। এই বিষয়ত গৱেষণা প্ৰতিষ্ঠানটোৱে  ৭ বছৰ ধৰি পৰ্যবেক্ষণ আৰু অধ্যয়ন চলাই আছিল। অৱশেষত ৭ বছৰৰ মূৰত সফলতা লাভ কৰিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে।  সংস্থাটোৰ  মতে পুৰুষৰ দেহত এনে বেজীয়ে  দীঘলীয়া সময়ৰ বাবে কাম কৰিব।

 এই বেজীটো লোৱাৰ পিছত পুৰুষৰ বীৰ্যত কিছুদিনলৈ কোনো সক্ৰিয় শুক্ৰাণু নাথাকে। ফলত গৰ্ভধাৰণৰো কোনো আশংকা নাথাকে।

Recent News

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd