• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোনে কয় হিন্দু সুৰক্ষিত নহয় বাংলাদেশত? ৩২,৪০৮ টা মণ্ডপত অনুষ্ঠিত হ’ব দুৰ্গা পূজা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 9:41 pm
5.9k
VIEWS
Share on FacebookShare on Twitter

হিন্দু সম্প্ৰদায়ে উদযাপন কৰা আটাইতকৈ বিশাল ধৰ্মীয় উৎসৱ দুৰ্গা পূজা বাংলাদেশত অপৰিসীম উদ্যম আৰু উৎসাহেৰে আৰম্ভ হ’ব। 

বিগত বছৰৰ তুলনাত ২৪০ টা বৃদ্ধিৰে ৩২,৪০৮ টা মণ্ডপত পূজাৰ অনুষ্ঠান আয়োজন কৰা হ’ব। 

শেখ হাছিনাৰ চৰকাৰে দুৰ্গা পূজাৰ নিৰাপত্তা আৰু শান্তিপূৰ্ণ উদযাপনৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে। 

উৎসৱৰ সময়ত নিৰাপদ পৰিৱেশ বজাই ৰাখিবলৈ অৰ্ধসামৰিক, আৰক্ষী, আৰ এবৰ দৰে অভিজাত বাহিনীকে ধৰি চাৰিটা স্তৰৰ নিৰাপত্তা পৰিকল্পনা স্থাপন কৰা হৈছে। 

ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিন আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দুৰ্গা পূজাৰ উপলক্ষে হিন্দু সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰিবলৈ পৃথক পৃথক বাৰ্তা সাজু কৰিছে।

Recent News

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd