• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনে লক্ষণে আনিব সম্পৰ্কত ফাঁট: চাওক আৰু হওক সাৱধান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2023 7:01 am
Relationship
5.2k
VIEWS
Share on FacebookShare on Twitter

ইজনে সিজনৰ ওপৰত কৰা বিশ্বাসৰ ওপৰত গঢ় লৈ উঠে এটা সম্পৰ্ক। সম্পৰ্কৰ বিশেষত্ব হ’ল যে ই সংগীৰ সৈতে আজীৱন একেলগে থকাৰ মানসেৰে আগবাঢ়ি যায়। কিন্তু এনে এটা সময়ো আহে যেতিয়া সম্পৰ্কৰ অৱনতি ঘটে। কাজিয়া, একেলগে নথকা, কথা নপৰা আদি পৰিস্থিতিৰ উদ্ভৱ হয়।

দেখা যায় যে আজিকালি মানুহে বহু বছৰীয়া বৈবাহিক সম্পৰ্ক এটা শেষ কৰি দিবলৈ বৰ বেছি সময় নলয়। এটা মুহূৰ্ততে আজিকালি পুৰণি বৈবাহিক সম্পৰ্ক এটাকো শেষ কৰি দিয়া দেখা যায়। 

কিন্তু যিকোনো সম্পৰ্ক শেষ হোৱাৰ আগতে কিছুমান বিশেষ লক্ষণ দেখা যায়। এই লক্ষণসমূহৰ বিষয়ে জানো আহক-

১. সকলো ধৰণৰ সম্পৰ্কত আৱেগে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰেম বা বৈবাহিক সম্পৰ্কত যদি সংগীৰ মাজত আৱেগিক মোহ কমি আহে তেন্তে সেই সম্পৰ্কৰ অন্ত পৰাৰ সম্ভাৱনা প্ৰচুৰ হৈ পৰে। আৱেগৰ অনুপস্থিতি যিকোনো সম্পৰ্কৰ প্ৰতি ভাবুকিতকৈ কম নহয়।

২. প্ৰেমিক-প্ৰেমিকা বা বিবাহিত দম্পতীৰ কাজিয়া হোৱাটো স্বাভাৱিক যদিও ইয়াৰ বাবেই যদি তেওঁলোকে শাৰীৰিক সম্পৰ্কৰ পৰা আঁতৰি থাকে তেন্তে সেয়াও এটা ডাঙৰ সমস্যা। কিয়নো শাৰীৰিক সম্পৰ্কই প্ৰেমিক-প্ৰেমিকা বা স্বামী-স্ত্ৰীৰ মাজত আৱেগ আৰু মৰম-চেনেহ শক্তিশালী হিচাপে বৰ্তাই ৰখাত সহায় কৰে।

৩. যদি কাজিয়া লগাৰ পিছত দম্পতীহালৰ মাজত কাজিয়া শেষ কৰিবলৈ বা কথা-বতৰা আৰম্ভ কৰিবলৈ কোনো প্ৰচেষ্টা নাথাকে তেন্তে এয়াও সম্পৰ্ক শেষ হোৱাৰ লক্ষণ। 

৪. বিশ্বাসক স্বামী-স্ত্ৰী বা প্ৰেমৰ সম্পৰ্কৰ আধাৰ হিচাপে গণ্য কৰা হয়। এহাল দম্পতীৰ ক্ষেত্ৰত বিশ্বাসৰ অভাৱ হোৱাৰ অৰ্থ হ’ল সেই সম্পৰ্কটো শেষ হোৱাৰ পথত। 

গতিকে এনে কেতবোৰ লক্ষণ বা সমস্যাই দেখা দিলে সম্পৰ্ক এটাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। এনেবোৰ লক্ষণৰ সোনকালে যতি নপৰিলে এনে লক্ষণে সোনকালেই সম্পৰ্ক এটাৰ যতি পেলাব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হওক আৰু এটা সু্ন্দৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখক।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd