বৰ্তমান আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হৈছে বিগ বছ। ছলমান খানে সঞ্চালনা কৰা আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ আৰম্ভ হ’বলৈ ওলাইছে।
ছলমানে কৈছে যে ১৭ সংখ্যক ছিজনত যথেষ্ট চমক থাকিব। এই ছিজনৰ প্ৰ’ম’ত ছলমান খানে কয় যে খেলখন সকলোৰে বাবে সহজ নহ’ব।
কিন্তু নতুনকৈ মুক্তি পোৱা বিগবছৰ এটা প্ৰ’মত দেখা গ’ল কংগনা ৰানাৱক। প্ৰ’মটোত পৰিচালনাৰ কামত ব্যস্ত কংকনা।
View this post on Instagram
ছলমান খানৰ এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অভিনয় কৰিছিল কংগনা ৰানাৱটে। লগতে, ছলমান খান সোমোৱাৰ আগতে তেওঁ নিজেই কিছু ধেমেলীয়া বেশত পৰিচালনাৰ কাম কৰি আছিল। বৰ্তমান বিগ বছৰ এই প্ৰমো ছচিয়েল মিডিয়াত বিয়পি পৰিছে।