• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কণ্ডম ব্যৱহাৰ নকৰাকৈ অবাঞ্চিত গৰ্ভধাৰণৰ পৰা কিদৰে বাচি থাকিব ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2023 7:00 pm
unwanted pregnancies
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবাঞ্চিত ধাৰণ আৰু যৌন সংক্ৰমণ (STI) দুয়োটাকে প্ৰতিৰোধৰ বাবে কণ্ডম বা নিৰোধ অন্যতম ফলপ্ৰসূ আৰু সহজে উপলব্ধ পদ্ধতি। 

কিন্তু কণ্ডম ব্যৱহাৰ কৰিবলৈ বহুতেই টান পায়। কণ্ডমৰ ব্যৱহাৰে যৌনতাৰ আনন্দ হ্ৰাস কৰে বুলি বহুতেই বিশ্বাস কৰে।

Apply Now

যদি আপুনি কণ্ডম ব্যৱহাৰ নকৰাকৈ অবাঞ্চিত গৰ্ভধাৰণ প্ৰতিৰোধৰ বিকল্প পদ্ধতি বিচাৰিছে, তেন্তে আপুনি অন্য ধৰণৰ গৰ্ভনিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে –

ইয়াত কিছুমান বিকল্প দিয়া হ’ল:

১) জন্ম নিয়ন্ত্ৰণ বড়ি : জন্ম নিয়ন্ত্ৰণ বড়ি হৈছে গৰ্ভনিৰোধৰ এক হৰম’ন পদ্ধতি যিটো সঠিকভাৱে গ্ৰহণ কৰিলে গৰ্ভধাৰণৰ পৰা বাচি থাকিব পাৰি। 

২) Intrauterine Device (IUD) : আই ইউ ডি হৈছে স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে জৰায়ুত সুমুৱাই দিয়া সৰু, টি আকৃতিৰ যন্ত্ৰ। ইয়াত হৰম’ন আৰু নন-হৰম’ন বিকল্প উপলব্ধ। ইয়াৰ দ্বাৰা দীৰ্ঘদিনীয়া সময় গৰ্ভধাৰণৰ পৰা বাচি থাকিব পাৰি।

৩) গৰ্ভনিৰোধক ইমপ্লাণ্ট : এইটো এটা সৰু নিডুল। যিটো স্বাস্থ্যসেৱা প্ৰদানকাৰীয়ে আপোনাৰ বাহুৰ ছালৰ তলত সুমুৱাই দিয়ে। ই গৰ্ভধাৰণ প্ৰতিৰোধৰ বাবে হৰম’ন নিৰ্গত কৰে। এইটো পদ্ধতি ব্যৱহাৰ কৰি বিহুদিনলৈকে অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিব পাৰি। 

৪/ Depo-Provera Shot: এইটো এটা বেজী যিটো প্ৰতি তিনিমাহৰ মূৰে মূৰে ল’ব লাগে। ইয়াত গৰ্ভনিৰোধক হৰম’ন থাকে যিয়ে গৰ্ভধাৰণত বাধা দিয়ে।

৫) জন্ম নিয়ন্ত্ৰণ পেচ (Birth Control Patch): গৰ্ভনিৰোধক পেচ হৈছে এটা সৰু আঠাযুক্ত পেচ। ই গৰ্ভধাৰণ ৰোধ কৰিবলৈ হৰম’ন নিৰ্গত কৰে। সপ্তাহৰ মূৰে মূৰে এইটো সলাই থাকিব লাগে। ই হৈছে ছালত লগোৱা এটা আঠাযুক্ত পেচ।

৬) জন্ম নিয়ন্ত্ৰণ আঙঠি (Birth Control Ring) : এইটো এটা সৰু আৰু নমনীয় আঙঠি। ইয়াক যোনীৰ ভিতৰলৈ সোমোৱাই দিয়া হয়। ই গৰ্ভ নিৰোধ কৰিবলৈ হৰম’ন নিৰ্গত কৰে। 

৭) প্ৰাকৃতিক পৰিয়াল পৰিকল্পনা (Fertility Awareness Method) : এই পদ্ধতিত ঋতুচক্ৰ অনুসৰণ কৰা হয়। জৰায়ুৰ উৰ্বৰ সময়ত যৌন সম্পৰ্ক এৰাই চলিব লাগে। আন পদ্ধতিতকৈ ই কম ফলপ্ৰসূ আৰু ইয়াৰ বাবে সতৰ্কতাৰ প্ৰয়োজন।

৮) জৰুৰীকালীন গৰ্ভনিৰোধক : যদি গৰ্ভনিৰোধৰ ব্যৱস্থা নকৰাকৈ যৌন সম্পৰ্ক কৰি যোনীৰ ভিতৰত বীৰ্যপাত কৰে, তেন্তে তেন্তে জৰুৰীকালীন গৰ্ভনিৰোধক বড়ি খাব লাগে। সাধাৰণতে ৭২ ঘণ্টাৰ ভিতৰত খালেহে এই বড়িয়ে কাম দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd