• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামাখ্যাত বৃদ্ধ আৰু দিব্যাংগ ভক্তৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2018 9:57 am
170903_0356_29-10-14-05-22-54

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। ফটো : ইন্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভক্তসকলৰ কাৰণে উপযুক্ত সা-সুবিধা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ‘মাষ্টাৰপ্লেন’ৰ প্ৰস্তুতি আৰু ৰূপায়ণ ক্ষিপ্ৰতৰ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে।

বিশ্বৰ আটাইতকৈ পুৰণি শক্তিপীঠ বুলি পৰিচিত কামাখ্যা ধামত জ্যেষ্ঠ নাগৰিক তথা বৃদ্ধ আৰু দিব্যাংগ ভক্তসকলৰ কাৰণে থকা ব্যৱস্থা আৰু আন্তঃগাঁথনি পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Apply Now

মাষ্টাৰপ্লেন সন্দৰ্ভত ইতিমধ্যে আগবঢ়োৱা পৰামৰ্শাৱলী বিবেচনা আৰু পৰীক্ষা কৰাৰ বাবে উচ্চ ন্যায়ালয়ে সমাজ কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিবৰ অধ্যক্ষতাত এখন সাতজনীয়া সমিতি গঠন কৰি দিছে। সমাজ কল্যাণ বিভাগৰ সঞ্চালক, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, গুৱাহাটী আই আই টিৰ দুজন কাৰিকৰী বিশেষজ্ঞ আৰু কামাখ্যা মন্দিৰ পৰিচালনা কৰ্তৃপক্ষৰ দুজন প্ৰতিনিধিক সমিতিখনৰ সদস্য হিচাপে ৰখা হৈছে।

কামাখ্যা মন্দিৰত বৃদ্ধ আৰু দিব্যাংগ ভক্তসকলৰ অহা-যোৱা আৰু আশ্ৰয়ৰ লগতে দৰ্শনৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ বিষয়টো আদালতৰ দৃষ্টিগোচৰ কৰি ‘ইণ্ডিয়ান ষ্টুডেণ্ট অৰ্গনাইজেচন’ নামৰ এটা সংগঠনে দাখিল কৰা এখন জনস্বাৰ্থজড়িত আবেদনৰ ৰায়দান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ খণ্ড বিচাৰপীঠে সমিতিখন গঠনৰ নিৰ্দেশ দিছে।

আবেদনকাৰীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা মন্দিৰ আৰু গুজৰাটৰ বিভিন্ন মন্দিৰত বৃদ্ধ আৰু দিব্যাংগ ভক্তৰ কাৰণে থকা বিভিন্ন সা-সুবিধাৰ কথা উল্লেখ কৰি কামাখ্যা মন্দিৰত এইক্ষেত্ৰত থকা অসুবিধাসমূহ  আঙুলিয়াই দিছিল।

আনহাতে, কামাখ্যা মন্দিৰৰ দলৈ সমাজে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ লগতে তেওঁলোকে এখন মাষ্টাৰপ্লেনৰ বাবে গুৱাহাটী আই আই টিৰ সৈতে আলোচনা কৰা আৰু আই আই টিয়ে ডিজাইন প্ৰস্তুত কৰাৰ বাবে এখন সমিতি গঠন কৰাৰ কথা আদালতক অৱগত কৰিছিল।

মাষ্টাৰপ্লেনৰ প্ৰস্তুতি দ্ৰুত কৰাৰ বাবে কৰ্তৃপক্ষই  ‘আছাম আৰ্কিটেক্ট এছোচিয়েচন’ৰ কাষ চপাৰ সিদ্ধান্তৰ বিষয়েও আদালতক জনাইছিল। কিন্তু আবেদনকাৰী পক্ষই বিশেষজ্ঞৰ সৈতে কামাখ্যা ভ্ৰমণ কৰি কৰ্তৃপক্ষই থকা বুলি দাবী কৰা ব্যৱস্থাসমূহ পৰ্যাপ্ত নাপালে বুলি শুনানিত আদালতক জনায়।

তেওঁলোকে লগতে  প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম, গুৱাহাটী জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত মুখ্য ভূতত্ত্ববিদ হেমচন্দ্ৰ শৰ্মাৰ সহায় লৈ কামাখ্যাত জ্যেষ্ঠ নাগৰিক, বৃদ্ধ আৰু দিব্যাংগ ভক্তৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিবলগীয়া আন্তঃগাঁথনি সন্দৰ্ভত কেতবোৰ পৰামৰ্শ আদালতত দাখিল কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd