• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ যৌথ অভিযান, ৫ লস্কৰ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
October 26, 2023 7:35 pm
Encounter in Jammu Kashmir

প্ৰতিনিধিত্বমূলক ছবি

239
VIEWS
Share on FacebookShare on Twitter

জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা বা এল অ’ চিত অনুপ্ৰেৱশৰ বাবে চেষ্টা কৰি থকা পাঁচগৰাকী লস্কৰ-ই-তৈয়বাৰ সন্ত্ৰাসাবাদী আৰক্ষী আৰু সেনাবাহিনীৰ যৌথ অভিযানত নিহত হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আজি বৃহস্পতিবাৰে কুপোৱাৰা জিলাৰ মচিল ছেক্টৰত এই অভিযান চলোৱা হৈছিল। প্ৰাৰম্ভিক গুলীচালনাত দুজন সন্ত্ৰাসবাদী নিহত হয় আৰু তাৰ পিছত দুয়োপক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ সময়ত অন্য তিনিজন সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীৰ মতে, নিহত সন্ত্ৰাসবাদীকেইজন লস্কৰ-ই-তৈয়বা সদস্য।

জন্মু আৰু কাশ্মীৰৰ আৰক্ষীৰ সঞ্চালক প্ৰধান দিলবাগ সিঙে কয় যে সমগ্ৰ এল অ’ চিত এতিয়াও ১৬ টা সন্ত্ৰাসবাদী লঞ্চিং পেড কাৰ্যক্ষম হৈ আছে আৰু পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীক অনুপ্ৰৱেশৰ বাবে প্ৰেৰণৰ চেষ্টা চলি আছে।

বুধবাৰে শ্ৰীনগৰস্থিত ১৫ কৰ্পছৰ মুখ্য কাৰ্যালয়ত জম্মু আৰু কাশ্মীৰৰ শীৰ্ষ বিষয়া আৰু নিৰাপত্তা সংস্থাসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাশ্মীৰত বিদেশী সন্ত্ৰাসবাদীৰ সক্ৰিয়তাৰ বিষয়টোৱে প্ৰাধান্য পাই বুলিও কোৱা হৈছে।

এজন বিষয়াই কয় যে সন্ত্ৰাসবাদী সংগঠনসমূহত স্থানীয় নিযুক্তিৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ লগে লগে বিদেশী সন্ত্ৰাসবাদীৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় শাসিত অঞ্চলটোত এই বছৰ নিহত হোৱা ৪৬ জন সন্ত্ৰাসবাদীৰ ভিতৰত ৩৭ জন পাকিস্তানী আৰু মাত্ৰ ৯ জন স্থানীয় লোক বুলি চৰকাৰী তথ্য প্ৰকাশ পাইেছে।

গৃহ মন্ত্ৰালয়ে জনোৱা মতে, বৰ্তমান উপত্যকাটোত প্ৰায় ১৩০ জন সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে আৰু ইয়াৰে অৰ্ধেক সংখ্যকেই হৈছে বিদেশী সন্ত্ৰাসবাদী।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd