• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল কোচি; ১ জন নিহত, আহত কমেও ৩০ জন

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 29, 2023 12:27 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা কেৰালাৰ কোচিৰ এটা কনভেনচন চেণ্টাৰত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হয়। তাত এটা খ্ৰীষ্টান গোটে এখন সন্মিলন অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে। কেই মিনিটৰ ভিতৰতে কনভেনচন চেণ্টাৰত কমেও তিনিটা বিস্ফোৰণৰ খবৰ পোৱা গৈছে।

এই বিস্ফোৰণত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে। এই ঘটনাত আন কমেও ৩০ জন আহত হয়। ইয়াৰে পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইপিনে, এই বিস্ফোৰণ কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে স্পষ্ট কৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে।

বাতৰি অনুসৰি, আজি পুৱা প্ৰায় ৯ বজাত কোচিৰ কালামাছেৰীৰ কনভেনচন চেণ্টাৰত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়। কেইমিনিটমানৰ ভিতৰতে আৰু কেইবাটাও বিস্ফোৰণ ঘটে। প্ৰথম অৱস্থাত ধাৰণা কৰা হয় যে উক্ত সন্মিলনত আক্ৰমণ চলোৱাৰ উদ্দেশ্যে এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল। অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Apply Now

লগতে পঢ়কঃ ইজৰাইল-হামাছৰ সংঘাতত নিহত ২৯ জন সাংবাদিক; নিৰাপত্তাৰ নিশ্চয়তা নিদিয়ে ইজৰাইলে

ইপিনে, কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে কোচিৰ সকলো চিকিৎসালয়ৰ চিকিৎসা কৰ্মচাৰীৰ ছুটী বাতিল কৰিবলৈ নিৰ্দেশ দিছে। কেইবাখনো চিকিৎসালয়ক সাজু হ’বলৈ কোৱা হৈছে। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত এন এছ জি আৰু সন্ত্ৰাসবাদ বিৰোধী বাহিনীক ততাতৈয়াকৈ কালামছেৰীলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে, আৰক্ষী আৰু বোমা স্কোয়াড ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ চাৰিজনীয়া এটা দলো কালামছেৰীলৈ ৰাওনা হৈছে।

এই বিস্ফোৰণৰ ভিডিঅ’ আৰু ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ’ত দেখা গৈছে যে চাৰ্ট পিন্ধা কেইবাজনো লোকে হাত দুখন মূৰৰ ওপৰলৈ তুলি আৰ্তনাদ কৰিছে আৰু দূৰৈত জুই জ্বলি আছে।

লগতে পঢ়কঃকয়লা খনিত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৩২জনৰ মৃত্যু, ১৪জন সন্ধানহীন

সেইদৰে, এটা ভিডিঅ’ত দেখা গৈছে এগৰাকী মহিলাৰ জ্বলি যোৱা মৃতদেহ মাটিত পৰি আছে। জুই নিৰ্বাপনৰ বাবে তাত প্ৰচুৰ পৰিমাণৰ পানী ঢালি দিয়া হৈছিল। সেই পানীত এটা মোবাইল ওপঙি আছে।

শেহতীয়া খবৰ অনুসৰি কনভেনচন চেণ্টাৰটো বৰ্তমান আৰক্ষীয়ে ঘেৰি ৰাখিছে। বিস্ফোৰণত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। 

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd