• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীঘলীয়া হ’ব যুদ্ধ! যুদ্ধবিৰতিৰ আহ্বান নাকচ কৰি নেতানিয়াহুৱে ক’লে ‘এইটো যুদ্ধৰ সময়’

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 31, 2023 10:39 am
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত যুদ্ধবিৰতিৰ বাবে আগবঢ়োৱা পেলেষ্টাইনৰ আহ্বান নাকচ কৰিছে। সোমবাৰে টেল আভিভত বিদেশী সংবাদ মাধ্যমৰ বাবে আয়োজন কৰা প্ৰেছ ব্রিফিঙত নেতানিয়াহুৱে এই কথা সদৰী কৰে৷

নেতানিয়াহুৱে কয় যে বাইবেলত কোৱা আছে যে ‘শান্তিআৰু যুদ্ধৰ এটা সময় আছে’। বাইবেলৰ উদ্ধৃতি দি নেতানিয়াহুৱে কয়, ‘এইটো যুদ্ধৰ সময়। আমাৰ উমৈহতীয়া ভৱিষ্যতৰ বাবে এখন যুদ্ধ।’

নেতানিয়াহুৱে কয় যে যুদ্ধবিৰতি সন্দৰ্ভত তেওঁ ইজৰাইলৰ স্থিতি স্পষ্ট কৰিব বিচাৰে। ১৯৪১ চনত পাৰ্ল হাৰ্বাৰত হোৱা বোমা বিস্ফোৰণ বা ২০০১ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেনেকৈ আমেৰিকাই যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰা নাছিল, ঠিক তেনেদৰে ৭ অক্টোবৰৰ ভয়ানক আক্ৰমণৰ পিছত ইজৰাইলেও যুদ্ধবিৰতিত সন্মতি নিদিয়ে।

Apply Now

লগতে পঢ়কঃ ICC World Cup 2023: বিশ্ব মঞ্চত আফগানিস্তানৰ দপদপনি! ইংলেণ্ড, পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকাক দেখুৱালে খেল

নেতানিয়াহুৱে লগতে কয় যে যুদ্ধবিৰতিৰ আহ্বানৰ অৰ্থ হ’ল ইজৰাইলক হামাছৰ ওচৰত আত্মসমৰ্পণৰ আহ্বান, সন্ত্ৰাসবাদৰ ওচৰত আত্মসমৰ্পণৰ আহ্বান।

ৰাষ্ট্ৰসংঘই বাৰে বাৰে গাজাত মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনাই আহিছে। ইয়াৰ উপৰিও বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই গাজাত যুদ্ধবিৰতিৰ আহ্বান জনাইছে। ইউনিচেফে কয় যে গাজাৰ পৰিস্থিতি ঘণ্টাৰ পিছত ঘণ্টা বেয়া হৈ আহিছে। অৱশ্যে যুদ্ধবিৰতিৰ আহ্বান ইজৰাইলে শুনা নাই। গাজাত ব্যাপক আক্ৰমণ অব্যাহত ৰাখিছে।

উল্লেখ্যে যে যোৱা ৭ অক্টোবৰত গাজাত অৱস্থিত পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলায়। ইজৰাইলত এই আক্ৰমণত ১ হাজাৰ ৪০৫ জন লোক নিহত হয়। ইয়াৰ উপৰিও হামাছে ইজৰাইলৰ পৰা দুশৰো অধিক লোকক লৈ পণবন্দী কৰি গাজালৈ লৈ গৈছে।

লগতে পঢ়কঃচিংগুৰৰ নেনো গোচৰত ডাঙৰ ৰায়; টাটাক ৭৬৬ কোটি টকা দিব লাগিব পশ্চিমবংগ চৰকাৰে

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে ৭ অক্টোবৰৰ পৰা গাজা অৱৰোধ কৰি নিৰ্বিচাৰে বোমা বিস্ফোৰণ চলাই আহিছে। ইজৰাইলে গাজাত স্থল অভিযানো চলাই আছে। ইজৰাইলে গাজাত ২৪ দিন ধৰি চলা আক্ৰমণত নিহত হৈছে ৮ হাজাৰৰো অধিক পেলেষ্টাইনী লোক।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd