• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিংগুৰৰ নেনো গোচৰত ডাঙৰ ৰায়; টাটাক ৭৬৬ কোটি টকা দিব লাগিব পশ্চিমবংগ চৰকাৰে

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 31, 2023 9:47 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেনো গোচৰত পশ্চিমবংগ চৰকাৰ ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছে। চিংগুৰত থকা নেনো গাড়ীৰ কাৰখানা বন্ধ কৰাৰ বাবে পশ্চিম বংগ ৰাজ্য চৰকাৰে টাটা মটৰ্ছক ক্ষতিপূৰণ হিচাপে দিব লাগিব ৭৬৫.৭৮ কোটি টকা।

সোমবাৰে (৩০ অক্টোবৰ) তিনিজনীয়া মীমাংসা ন্যায়াধিকৰণে (arbitral tribunal) এই ৰায়দান কৰে। কেৱল সেয়াই নহয়, ২০১৬ চনৰ ছেপ্টেম্বৰৰ পৰা ১১ শতাংশ হাৰত সুতও দিব লাগিব। ন্যায়াধিকৰণৰ তিনিওজন সদস্যই এই স্থিতিত একমত হোৱা বুলি কোৱা হৈছে।

সোমবাৰে নেশ্যনেল ষ্টক এক্সচেঞ্জলৈ প্ৰেৰণ কৰা এটা টোকাত টাটা কোম্পানীয়ে কয় যে, “চিংগুৰ অটোম’বাইল ফেক্টৰীৰ গোচৰটো ২০২৩ চনৰ ৩০ অক্টোবৰত তিনিজনীয়া মীমাংসা ন্যায়াধিকৰণে নিষ্পত্তি কৰিছে। ন্যায়াধিকৰণে সৰ্বসন্মতিক্ৰমে টাটা মটৰ্ছক ৭৬৫.৭৮ কোটি টকা দিবলৈ কয়। লগতে ২০১৬ চনৰ ১ ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ক্ষতিপূৰণ আদায় নোহোৱালৈকে ১১ শতাংশ সুত আদায় দিবলৈ কোৱা হৈছে।”

Apply Now

লগতে পঢ়কঃ দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে ইডিৰ চমন মুখ্যমন্ত্ৰী কেজৰিৱালক

উল্লেখ্য যে ২০০৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বাওঁপন্থী মৰ্চাই জয়লাভ কৰাৰ পাছতে তেতিয়াৰ মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই জনাইছিল যে তেওঁ ৰতন টাটাৰ সৈতে ৰাজ্যখনত এটা অটোম’বাইল কাৰখানা স্থাপনৰ সন্দৰ্ভত কথা পাতিছে। পিছত ৰাজ্য চৰকাৰে এই কাৰখানা স্থাপনৰ বাবে চিংগুৰত টাটা গোষ্ঠীক প্ৰায় ১০০০ একৰ মাটি দিছিল। ইয়াৰ প্ৰায় সকলোখিনিয়েই আছিল কৃষিভূমি।

কৃষকৰ এটা অংশই ৰাজ্য চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণ গ্ৰহণ কৰি মাটি এৰি দিবলৈ অনিচ্ছুক আছিল। সেই কৃষকে চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিলে। আন্দোলনকাৰী কৃষকৰ কাষত থিয় দিছিল তেতিয়াৰ বিৰোধী নেত্ৰী মমতা বেনাৰ্জী।

যদিও কাৰখানাটো ভালদৰে আগবাঢ়িছিল, তথাপিও টাটা গ্ৰুপে ২০০৮ চনত হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হৈ পশ্চিম বংগত এটা কাৰখানা নিৰ্মাণৰ পৰিকল্পনা বাতিল কৰিবলৈ বাধ্য হৈছিল।

লগতে পঢ়কঃICC World Cup 2023: বিশ্ব মঞ্চত আফগানিস্তানৰ দপদপনি! ইংলেণ্ড, পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকাক দেখুৱালে খেল

ইয়াৰ পিছতে ক্ষমতালৈ অহাৰ পিছত তৃণমূল চৰকাৰে টাটা মটৰ্ছক এটা কাৰখানা স্থাপনৰ বাবে বিকল্প মাটিৰ প্ৰস্তাৱ দিছিল। কিন্তু সেই সময়লৈকে টাটাই নেনো কাৰখানাটো গুজৰাটলৈ লৈ গৈছিল। গতিকে সংস্থাটোৱে চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰে। ভূমি অধিগ্ৰহণৰ বাবে বাওঁ মৰ্চা চৰকাৰক ১৫৪ কোটি টকা দিয়া বুলি জনায়। ক্ষতিপূৰণ হিচাপে সমান ধন দাবী কৰিছিল টাটাই।

২০১৬ চনত উচ্চতম ন্যায়ালয়ে কয় যে বাওঁমৰ্চা চৰকাৰে চিংগুৰত ভূমি অধিগ্ৰহণ কৰাৰ সময়ত ভূমি অধিগ্ৰহণ আইনৰ বিধানসমূহ পালন কৰা নাছিল। সেয়ে এই অধিগ্ৰহণক উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰে।

টাটা মটৰ্ছে প্ৰত্যুত্তৰ যুক্তি দৰ্শায় যে কেৱল এটা বেলেগ ৰাজনৈতিক দল ক্ষমতালৈ অহাৰ বাবেই চৰকাৰে এটা গোচৰৰ মাজত নিজৰ স্থিতি সলনি কৰিব নোৱাৰে। আদালতে কয় যে যিহেতু এই অধিগ্ৰহণ অবৈধ, গতিকে চৰকাৰে নিজৰ স্থিতি সলনি কৰিব পাৰে।

লগতে পঢ়কঃমোদীৰ ভাল দিন! পিঁয়াজে কন্দুৱাইছে কৃষক আৰু জনসাধাৰণক

ইয়াৰ পিছত টাটাই চুক্তি বন্ধ হোৱাক লৈ ৰাজ্য চৰকাৰৰ সৈতে হোৱা বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাকাৰী পেনেলৰ সহায় বিচাৰিছিল। সোমবাৰে সেই পেনেলেই টাটাক ক্ষতিপূৰণ হিচাপে ৭৬৬ কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে। 

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd