• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিছপুৰত বিৰোধী বিধায়কৰ আৱাসস্থলীত গুলী ফুটাইছিল কোনে? 

বিৰোধী দলৰ নেতা থকা আৱাসস্থলীত কেনেকৈ গুলীচালনাৰ দৰে ঘটনা ঘটিবলৈ পালে সেয়া এক বিচাৰ্যৰ বিষয় বুলি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপ-সভাপতি বেদব্ৰত বৰাই উল্লেখ কৰে আৰু সমগ্ৰ বিষয়টো বিধানসভাৰ অধ্যক্ষক সদন কমিটিৰ দ্বাৰ৷ তদন্ত কৰাবলৈ দাবী জনায়। 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 9:26 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ বিধায়ক আৱাসত ৰহস্যজনক গুলীবৰ্ষণৰ ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। যিটো আৱাসস্থলীত গুলীচালনা সংঘটিত হৈছে সেই আৱাসত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু উপ-দলপতি ৰকিবুল হুছেইন ডাঙৰীয়াও থাকে। 

বিৰোধী দলৰ নেতা থকা আৱাসস্থলীত কেনেকৈ গুলীচালনাৰ দৰে ঘটনা ঘটিবলৈ পালে সেয়া এক বিচাৰ্যৰ বিষয় বুলি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপ-সভাপতি বেদব্ৰত বৰাই উল্লেখ কৰে আৰু সমগ্ৰ বিষয়টো বিধানসভাৰ অধ্যক্ষক সদন কমিটিৰ দ্বাৰ৷ তদন্ত কৰাবলৈ দাবী জনায়। 

বৰাই বিবৃতিত কয় যে বিৰোধী দলৰ নেতাক মুখ বন্ধ কৰিবৰ বাবে এইধৰণৰে গুলী ফুটাই ভাবুকি প্ৰদৰ্শন কৰা হৈছে বুলি ভবাৰো থল আছে। বিজেপিৰ বিধায়ক মৃণাল শইকীয়া, ৰূপজ্যোতি কুৰ্মী, এআইইউডিএফৰ বিধায়ক ৰফিকু ইছলামো থকা এই আৱাসত ফুটুওৱা গুলী নিজৰ চৰকাৰী অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ নে অবৈধ মাৰণাস্ত্ৰ সেই বিষয়েও তদন্ত কৰাৰ প্ৰয়োজন আছে বুলিও বৰাই কয়। যদি মাৰণাস্ত্ৰৰ দ্বাৰা সঁচাকৈয়ে গুলী ফুটোৱা হৈছিলেই তেন্তে তাৰ  অন্তৰ্নিহিত উদ্দেশ্য কি সেয়াও তদন্তৰ আওতালৈ আনিবল লাগে। যাৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে সেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰো দাবী জনাই বৰাই। 

ইফালে যুগশংখ নামৰ সংবাদপত্ৰখনত প্ৰকাশ পোৱা তথ্য অনুসৰি এআইইউডিএফৰ নেতা বদৰুদ্দিন আজমলে সাংবাদিকক দেখিলেই পিটিব লাগে বুলি কৰ৷ মন্তব্যকো তীব্ৰভাষাৰে নিন্দা কৰি বৰাই কয় যে আজমলৰ দৰে সাম্প্ৰদায়িক নেতাৰ বিৰুদ্ধে চৰকাৰখনে ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্রহণ নকৰে। 

শিলচৰ প্ৰেছ ক্লাৱে আজমলক গ্ৰেপ্তাৰৰ দাবী জনাইছে যদিও আৰক্ষীয়ে বিষয়টো এতিয়াও গুৰুত্ব সহকাৰে নোলোৱাতো বিজেপি চৰকাৰ আৰু আজমলৰ মাজত থকা গোপন যোগসূত্ৰকেই প্ৰমাণ কৰে বুলি বৰাই বিবৃতিটোত উল্লেখ কৰে।

Recent News

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd