• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৰত তিলক, অন্তৰত ভক্তি : গংগা আৰতিত দেখা গ’ল অভিনেত্ৰী ছানীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2023 8:46 am
10.9k
VIEWS
Share on FacebookShare on Twitter

এইবাৰ টেলিভিশ্যন, মবাইল বা লেপটপৰ স্ক্ৰীণত নহয়; মঞ্চ বা ৰূপালী পৰ্দাতো নহয়, এইবাৰ গংগাৰ পাৰত নতুন ৰূপত দেখা গ’ল জনপ্ৰিয় অভিনেত্ৰী ছানি লিয়নক! 

উত্তৰ প্ৰদেশৰ বাৰাণসী ঘাটত গংগা আৰতি পৰিৱেশন কৰা দেখা গ’ল অভিনেত্ৰী ছানী লিয়নক। অভিনেতা অভিষেক সিঙৰ সৈতে একেলগে গংগা আৰতিৰ সময়ত মা গংগাৰ ওচৰত মূৰ দোৱাই আশীৰ্বাদ ল’লে ছানীয়ে।

গোলাপী ৰঙৰ অনাৰকলি পিন্ধি গংগা মাৰ ওচৰত হাত জোৰ কৰি থকা অৱস্থাত কেমেৰাত বন্দী হ’ল ছানী। বৰ্তমান ভাইৰেল হৈ পৰিছে ছানীৰ গংগা আৰতিৰ ছবি আৰু ভিডিঅ’।

#WATCH | Uttar Pradesh: Actor Sunny Leone attends ‘Ganga Aarti’ in Varanasi. pic.twitter.com/o5myI7g8ep

— ANI (@ANI) November 16, 2023

ছানীৰ ডাঙৰকৈ লোৱা চন্দন আৰু সেন্দু্ৰৰ তিলক। ডিঙিত নাৰ্জী ফুলৰ মালা। এইদৰেই অভিনেতা অভিষেক সিঙৰ সৈতে একেলগে গংগা আৰতি কৰি ফটো চেশ্যনো কৰিলে অভিনেত্ৰীগৰাকীয়ে।

জানিব পৰা মতে ছানী লিয়ন আৰু অভিষেক সিং বৰ্তমান নিজৰ গীত ‘থাৰ্ড পাৰ্টি’ৰ প্ৰচাৰত ব্যস্ত। এই গীতটিৰ প্ৰচাৰৰ বাবে তেওঁলোকে বাৰাণসী ভ্ৰমণ কৰিছিল। 

আনহাতে, অভিনেত্ৰীগৰাকীয়ে ইনষ্টা-পোষ্টত লিখিছে যে গংগা আৰতিত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা অনন্য  আছিল। 

‘থাৰ্ড পাৰ্টি’  গীতটিৰ গীতিকাৰ হৈছে অভিষেক নিজে। যোৱা ১৫ নৱেম্বৰত মুক্তি পাইছিল এই গীতটি। পিছদিনা ১৬ নৱেম্বৰত অভিষেক আৰু ছানী লিয়নে গংগা আৰতিত অংশগ্ৰহণ কৰে। অভিনেত্ৰীগৰাকীয়ে নিজেই গংগা আৰতিৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰে।

#WATCH | Uttar Pradesh: Actor Sunny Leone attends ‘Ganga Aarti’ in Varanasi. pic.twitter.com/o5myI7g8ep

— ANI (@ANI) November 16, 2023

Recent News

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

পুঁজিপতিক গতাবলৈ দিয়া নহ’ব দৰাবিল ভূমি : দৰাবিল চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd