• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামান্য সকাহ! পোহৰলৈ আহিল উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ প্ৰথম ছবি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 21, 2023 11:43 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামান্য সকাহ! অৱশেষত উত্তৰকাশীৰ নিৰ্মাণাধীন সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ছবি আৰু ভিডিঅ’ পোহৰলৈ আহিছে। ১০ দিন সুৰংগটোত আৱদ্ধ হৈ থকাৰ পিছত মঙলবাৰে পুৱা পোহৰলৈ আহে আৱদ্ধ শ্ৰমিকসকলৰ প্ৰথম ছবি। যিটোৱে যথেষ্ট সকাহ দিছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইটাৰযোগে কয় যে শ্রমিকসকলক নিৰাপদে উদ্ধাৰৰ বাবে যুদ্ধকালীন অভিযান অব্যাহত আছে আৰু শ্রমিকসকল নিৰাপদে আছে৷

সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিডিঅ’ পাইপলাইনেৰে প্ৰেৰণ কৰা কেমেৰাটোৱে প্ৰকাশ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে সুৰংগটোৰ ভিতৰত শ্ৰমিকসকলে হাত মিলাইছে। ইজনে সিজনৰ লগত কথা পাতিছে। সকলোৰে মূৰত হালধীয়া ৰঙৰ হেলমেট। দেখাত বৰ্তমান শ্ৰমিকসকল সুস্থ।

Apply Now

লগতে পঢ়কঃ উত্তৰকাশীত উদ্ধাৰৰ নৱম দিনা আৱদ্ধ শ্ৰমিকলৈ পাইপেৰে পঠোৱা হ’ল গৰম খিচুৰি

সোমবাৰে নিশাই সুৰংগটোত ৬ ইঞ্চি ব্যাসৰ পাইপ সুমুৱাই দিয়া হয়। তাৰ পিছত ৰাতিয়েই সেই পাইপেৰে বটলত গৰম খিচিৰি ভৰাই শ্ৰমিকসকললৈ পঠিয়াই দিয়া হয়। ইয়াৰ জৰিয়তে খাদ্য, ৱাকি-টকি, ফোন চাৰ্জাৰৰ সৈতে এটা কেমেৰা পঠিওৱা হৈছে। পাইপ লাইনৰ মাজেৰে এণ্ড’স্কপিক ফ্লেক্সি কেমেৰা সুমুৱাই দিয়া হয়।

আজি পুৱাই কেমেৰাত ধৰা পৰে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ছবি আৰু ভিডিঅ’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই সমগ্ৰ বিষয়টোৰ ওপৰত চকু ৰাখিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকো ফোন কৰি উদ্ধাৰ কামৰ সন্দৰ্ভত সোধা-পোছা কৰে। তাৰ পিছত উদ্ধাৰ অভিযানৰ গতি বৃদ্ধি পায়।

আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ পঞ্চবাণ পৰিকল্পনা আৰম্ভ হয়। অৰ্থাৎ ৫টা বিকল্প উপায়েৰে শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা কৰা হয়। ইয়াৰে ভিতৰত আজি বিয়লি ২ বজাৰ পৰা উলম্ব ড্ৰিলিঙৰ কাম আৰম্ভ হ’ব।

লগতে পঢ়কঃ অশনি সংকেত! শেষ হৈ আহিব অক্সিজেন; ‘শ্বাসৰুদ্ধ’ হব পৃথিৱীৰ! ভয়াৱহ ভৱিষ্যতৰ কথা জনালে বিজ্ঞানীসকলে

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইটযোগে কয় যে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে যুদ্ধকালীন অভিযান চলি আছে। তেওঁ লিখিছে, “উত্তৰকাশীত নির্মাণীয় ছিলকিয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰৰ কাম চলি আছে, ধ্বংসাৱশেষৰ মাজেৰে ৬ ইঞ্চি ব্যাসৰ পাইপলাইন এটা সুৰংগলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া ইয়াৰ জৰিয়তে খাদ্য, ঔষধ আৰু অন্যান্য সামগ্ৰী শ্ৰমিকসকললৈ সহজে প্ৰেৰণ কৰিব পৰা যাব।”

सिलक्यारा, उत्तरकाशी में निर्माणाधीन सुरंग के अंदर फँसे श्रमिकों से पहली बार एंडोस्कोपिक फ्लेक्सी कैमरे के माध्यम से बातचीत कर उनका कुशलक्षेम पूछा गया। सभी श्रमिक बंधु पूरी तरह सुरक्षित हैं। pic.twitter.com/vcr28EHx8g

— Pushkar Singh Dhami (@pushkardhami) November 21, 2023

কেন্দ্ৰীয় সংস্থাসমূহৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্য প্ৰশাসনৰ উদ্ধাৰকাৰী দলে অক্লান্তভাৱে উদ্ধাৰ অভিযান চলাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি সকলো শ্ৰমিকক নিৰাপদে উদ্ধাৰৰ বাবে যুদ্ধকালীন গতিৰে কাম কৰি আছো।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd