• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেড ক্ৰছৰ বাহনত ইজৰাইললৈ যোৱাৰ পথত হামাছে প্ৰথম মুকলি কৰি দিলে কেইবাজনো যুদ্ধবন্দীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2023 7:55 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2.1k
VIEWS
Share on FacebookShare on Twitter

যুদ্ধবিৰতিৰ প্ৰথম দিনাই হামাছ উগ্ৰপন্থী সংগঠনে কেইবাজনো যুদ্ধবন্দীক ৰেড ক্ৰছৰ হাতত গতাই দিয়ে। কাটাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে ১৩ জন ইজৰাইলী, ১০ জন থাই আৰু এজন ফিলিপাইনছৰ লোকক মুকলি কৰি দিয়া হয়। মুঠতে যুদ্ধবিৰতিৰ প্ৰথম দিনাই ২৪ জন পণবন্দীক মুকলি কৰি দিয়া হয়।

পণবন্দীসকলক মুকলি কৰি দিয়া সন্দৰ্ভত কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। কেইবাখনো বগা গাড়ীত তেওঁলোকক টানি বাহিৰলৈ উলিয়াই অনা দেখা গৈছে। তাত ৰেড ক্ৰছৰ পতাকা লগোৱা আছে। একাধিক মিডিয়াৰ কেমেৰাও দেখা গৈছে। গাড়ী ভৰ্তি পণবন্দীসকলক উলিয়াই অনা হয় ।

লগতে পঢ়কঃ সকাহ! ভাৰতৰ আবেদন গ্ৰহণ কৰিলে কাটাৰে; এতিয়াই নহয় ৮ জন প্ৰাক্তন নৌসেনা বিষয়াৰ মৃত্যুদণ্ড

সমগ্ৰ বিষয়টো কাটাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৱগত কৰিছে। পণবন্দীসকল ইজৰাইল অভিমুখে গৈ আছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কয় যে মুক্ত পণবন্দীসকলক মৌলিক চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে। ইজৰাইলৰ এজন বিষয়াই জনোৱা মতে, ইয়াৰ পৰিৱৰ্তে মুঠ ৩৯ জন পেলেষ্টাইনী কয়দীক মুকলি কৰি দিয়া হ’ব।

চিএনএনৰ প্ৰতিবেদন অনুসৰি চাৰিদিনীয়া যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। মুঠতে ৫০ জন যুদ্ধবন্দীক মুকলি কৰি দিয়া হ’ব। তাৰ পিছত পেলেষ্টাইনী বন্দীসকলকো এজন এজনকৈ মুকলি কৰি দিয়া হ’ব। প্ৰয়োজনীয় সাহায্যও আগবঢ়োৱা হৈছে।

লগতে পঢ়কঃবৰ্বৰ! গুজৰাটত দৰমহা বিচৰাৰ বাবেই দলিত যুৱকৰ মুখত জোতা সুমুৱাই ক্ষমা খুজিবলৈ বাধ্য মহিলাৰ

অৱশ্যে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে এই যুদ্ধ কমেও দুমাহ ধৰি চলিব। ইপিনে, বৃহস্পতিবাৰে গাজাত তীব্ৰ বোমা বিস্ফোৰণৰ খবৰ পোৱা গৈছে যদিও শুকুৰবাৰে যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছে। সেইদিনাই কিছু লোকক মুকলি কৰি দিয়া হৈছে। পিছত আৰু কেইবাজনো পণবন্দীক মুকলি কৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে। 

Recent News

জাৰ্মানীত এগৰাকী মহিলাৰ ছুৰীকাঘাতত ১৮ জন লোক আহত, ৬ জনৰ অৱস্থা সংকটজনক

জাৰ্মানীত এগৰাকী মহিলাৰ ছুৰীকাঘাতত ১৮ জন লোক আহত, ৬ জনৰ অৱস্থা সংকটজনক

ভাৰতত নিৰ্মিত আইফোন আমেৰিকাত বিক্ৰী কৰিলে ২৫ শতাংশ শুল্ক আৰোপ; এপলক সকীয়ালে ট্ৰাম্পে

ভাৰতত নিৰ্মিত আইফোন আমেৰিকাত বিক্ৰী কৰিলে ২৫ শতাংশ শুল্ক আৰোপ; এপলক সকীয়ালে ট্ৰাম্পে

যুদ্ধবন্দীক মুকলি কৰি দিলে ইউক্ৰেইন আৰু ৰাছিয়াই : ৩৬০ গৰাকী সৈনিক আৰু নাগৰিকক মুক্তি

যুদ্ধবন্দীক মুকলি কৰি দিলে ইউক্ৰেইন আৰু ৰাছিয়াই : ৩৬০ গৰাকী সৈনিক আৰু নাগৰিকক মুক্তি

উত্তৰ পূবত ৮০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা বেদান্ত গ্ৰুপৰ

উত্তৰ পূবত ৮০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা বেদান্ত গ্ৰুপৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd