• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়া কি হ’ব? ভাঙি গ’ল ধ্বংসাৱশেষ আঁতৰোৱা মেচিন; বন্ধ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কাৰ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2023 8:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান উত্তৰকাশীৰ সুৰংগটোত উদ্ধাৰ অভিযান এদিনৰ পৰা ডেৰ দিনলৈ বন্ধ হৈ থাকিব। যিবোৰ মেচিনৰ সহায়ত উদ্ধাৰৰ কাম চলি আছিল, সেইবোৰক পাহাৰৰ ওপৰলৈ লৈ যোৱা হ’ব আৰু তাত স্থাপন কৰা হ’ব। সেইবাবেই এদিনৰ পৰা ডেৰ দিনলৈ বন্ধ থাকিব উদ্ধাৰ কাৰ্য। শনিবাৰে এই কথা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই।

এই সন্দৰ্ভত এনডিএমএৰ বিষয়া লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইনে কয় যে, এইবাৰ পাহাৰৰ ওপৰৰ পৰা উলম্ব গাঁত খান্দিবলৈ চেষ্টা কৰা হ’ব। তেওঁ কয়, পৰৱৰ্তী উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ ২৪ৰ পৰা ৩৬ ঘণ্টা সময় লাগিব।

উল্লেখ্য যে যোৱা ১৩ দিন ধৰি উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিলকিয়াৰা নামৰ এই সুৰংগটোৰ ভিতৰত ৪১ জন শ্ৰমিক আবদ্ধ হৈ আছে।

Apply Now

লগতে পঢ়কঃ মৰ্মান্তিক! বিশ্ববিদ্যালয়ৰ সংগীত অনুষ্ঠানত পদপিষ্ট হৈ ৪ জন ছাত্ৰৰ মৃত্যু, আহত প্ৰায় ৬০ জন

বাতৰি অনুসৰি, সুৰংগটোত গাত খান্দিবলৈ ব্যৱহাৰ কৰা অগাৰ মেচিনটো বাৰে বাৰে আৱদ্ধ হৈ পৰে। ড্ৰিলিং কৰাৰ সময়ত মেচিনটো ভাঙি যায়। গতিকে এইবাৰ উদ্ধাৰকাৰীয়ে মেনুৱেল ড্ৰিলিং বা বিকল্প উপায়ৰ কথা চিন্তা কৰিছে।

শুকুৰবাৰে প্ৰায় ৬০ মিটাৰ শিল খনন কৰিবলৈ ব্যৱহাৰ কৰা গধুৰ ড্ৰিল মেচিনটোৰ ক্ষতিসাধন হয়। চৰকাৰী বিবৃতি অনুসৰি শনিবাৰে পুৱা ৮ বজাত সুৰংগটোৰ পৰা মেচিনটো সম্পূৰ্ণৰূপে উলিয়াই আনিছে।

সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ ১৫ জন, উত্তৰ প্ৰদেশৰ ৮ জন, ওড়িশা আৰু বিহাৰৰ ৫ জন, পশ্চিম বংগৰ ৩ জন, উত্তৰাখণ্ডৰ ২ জন আৰু অসমৰ ২ জন। লগতে হিমাচল প্ৰদেশৰ ১ জন লোক। ইয়াৰ ভিতৰত আছে দক্ষ শ্ৰমিক। সেইদৰে অদক্ষ শ্ৰমিকো। দক্ষ শ্ৰমিক বা পাম্প অপাৰেটৰ অৰ্থাৎ ড্ৰিলাৰে মাহে ২৪ হাজাৰ টকা উপাৰ্জন কৰে আৰু অদক্ষ শ্ৰমিকে মাহে ১৮ হাজাৰ টকা উপাৰ্জন কৰে।

ইপিনে, ছিলকয়াৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰা হৈছে। শ্ৰমিকসকলে যাতে পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থা টেলিফোন সেৱা কোম্পানী বি এছ এন এলৰ দ্বাৰা কৰা হৈছে। শ্ৰমিকক হেণ্ডছেট দিয়া হ’ব বুলি জানিবলৈ দিয়ে বি এছ এন এলৰ বিষয়াই।

লগতে পঢ়কঃআজি সংবিধান দিৱস: জানো আহক এই দিৱসৰ ইতিহাস তথা প্ৰাসঙ্গিকতা

এই সন্দৰ্ভত বিএছএনএলৰ শীৰ্ষ বিষয়া তথা ডিজিএম ৰাকেশ চৌধুৰীয়ে সংবাদ প্ৰতিষ্ঠানক কয়, ‘আমি টেলিফোন এক্সচেঞ্জ বনাইছো। আমি শ্ৰমিকসকলক খাদ্য পঠিয়াবলৈ ব্যৱহাৰ কৰা পাইপৰ জৰিয়তে এক্সচেঞ্জ লাইন সংযোগ কৰি তেওঁলোকক এটা ফোন দিম। ইয়াত ইনকামিং আৰু আউটগোয়িং দুয়োটা সেৱা থাকিব। তেওঁলোকে (শ্ৰমিকসকলে) যাতে নিজৰ পৰিয়ালৰ লগত কথা পাতিব পাৰে। ছিলকিয়াৰা সুৰংগৰ পৰা ২০০ মিটাৰ দূৰত্বত নিৰ্মাণ কৰা হৈছে এই টেলিফোন এক্সচেঞ্জ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd