• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2023 9:34 am
1.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাংবাদিক, সম্পাদক আৰু সুলেখক অনিল বৰুৱাৰ দেহাৱসান ঘটিছে। মঙলবাৰে সন্ধিয়া গুৱাহাটীত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে।

সোমবাৰে হৃদ ৰোগত আক্ৰান্ত হোৱা বৰুৱাক সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে সন্ধিয়া ৬.৫০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

ইয়াৰ পূৰ্বে এবাৰ হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁৰ অস্ত্ৰোপচাৰো কৰা হৈছিল।

১৯৩৯ চনত জন্মলাভ কৰা অনিল বৰুৱা জনমভূমি, দৈনিক অসম কাকতৰ  সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

তিনি কন্যা সন্তানৰ পিতৃ বৰুৱাৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰ আজি সম্পন্ন কৰা হ’ব।

অনিল বৰুৱাৰ আকস্মিক মৃত্যুত সংবাদ মাধ্যমৰ লগতে সমাজ জীৱনৰ পুৰোধা ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে।

Recent News

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

ছত্তীশগড়ৰ ৰায়গড়ত ব্যাপক গছ ধ্বংস অভিযানঃ প্ৰতিবাদৰ সময়ত আটক গাঁওবাসীৰ লগতে স্থানীয় কংগ্ৰেছী বিধায়ক

ছত্তীশগড়ৰ ৰায়গড়ত ব্যাপক গছ ধ্বংস অভিযানঃ প্ৰতিবাদৰ সময়ত আটক গাঁওবাসীৰ লগতে স্থানীয় কংগ্ৰেছী বিধায়ক

বান্ধৱীক লগ কৰিবলৈ নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহি বিপদত ডাটচ নাগৰিকঃ কাষ চাপিল আৰক্ষীৰ

বান্ধৱীক লগ কৰিবলৈ নেদাৰলেণ্ডৰ পৰা ভাৰতলৈ আহি বিপদত ডাটচ নাগৰিকঃ কাষ চাপিল আৰক্ষীৰ

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd