• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত ৫৯ বাৰ ফেইল : পাছ কৰিয়েই গঢ়িলে এই অভিলেখ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 6, 2023 1:06 pm
9.1k
VIEWS
Share on FacebookShare on Twitter

ধৈৰ্য্য আৰু পৰিশ্ৰম – এই দুটা গুণ থাকিলে কি কৰিব নোৱাৰি! এই কথাই প্ৰমাণ কৰি দেখুৱালে ব্ৰিটেইনৰ এগৰাকী ব্যক্তিয়ে।

গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰৰ বাবে ধাৰাবাহিকভাবে অনুৰ্ত্তীণ হৈও অভিলেখ গঢ়িলে এইজনা ব্যক্তিয়ে। মুঠ ৫৯ বাৰ পৰীক্ষা দিয়ো গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰৰ পৰীক্ষাত উৰ্ত্তীণ নহ’ল তেওঁ। ৬০ বাৰত হে এই পৰীক্ষাত সফলতাৰ মুখ দেখিলে ব্যক্তিগৰাকীয়ে। 

ইংলেণ্ডৰ ৱৰ্চেষ্টাৰশ্বাৰত সংঘটিত হৈছে এই ঘটনা। ব্ৰিটেইনৰ ইতিহাসত এনে ঘটনা কেতিয়াও হোৱা নাই। 

স্থানীয় সংবাদ সংস্থা বিবিচিৰ মতে, ব্ৰিটেইনত এতিয়ালৈকে এইটোৱেই হৈছে সৰ্বকালৰ অভিলেখ। ইয়াৰ আগতে ইমানবাৰ ড্ৰাইভিং লাইচেন্স টেষ্টত কোনেও বহিব পৰা নাই। গতিকে ই এক প্ৰকাৰৰ অভিলেখেই।

উল্লেখ্য যে ব্ৰিটেইনত প্ৰাৰ্থী সকলে গাড়ী চলোৱাৰ ব্যৱহাৰিক পৰীক্ষাত বহাৰ আগতে তত্ত্বৰ পৰীক্ষাত উৰ্ত্তীণ হ’ব লাগে। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে ব্যৱহাৰিক পৰীক্ষাৰ বাবে স্লট বুকিং কৰিব পৰা যায়। 

এই তত্ত্ব পৰীক্ষাটো মূলতঃ দুটা পৰ্যায়ত কৰা হয়। প্ৰথম পৰ্যায়ত ৫০টা বহু পছন্দৰ প্ৰশ্ন থাকে। ইয়াত কমেও ৪৩টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব লাগিব। 

তাৰ পিছত ১৪ টা ভিডিঅ’ ক্লিপ চাব লাগে আৰু শুদ্ধ উত্তৰ দিব লাগে। এই তত্ত্ব পৰীক্ষাত এজন শিক্ষাৰ্থীয়ে এবাৰ ফেইল কৰিলে তেওঁ পৰীক্ষাটো পুনৰ দিবলৈ কমেও তিনিদিন অপেক্ষা কৰিবলগীয়া হয়।

এই তত্ত্ব পৰীক্ষা একেবাৰেই বৰ সহজ নহয়। বহুতো প্ৰাৰ্থী বিফল হয়। ৱৰ্চেষ্টাৰশ্বাৰৰ স্থানীয় পৰিবহণ কৰ্তৃপক্ষৰ পৰিসংখ্যাই দেখুৱাইছে যে যোৱা ডেৰ দশকত তত্ত্ব পৰীক্ষাত উত্তীৰ্ণৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ২০০৭-০৮ চনত তত্ত্ব পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল মাত্ৰ ৬৫ শতাংশ। ২০২২-২৩ চন পৰা উত্তীৰ্ণৰ এই হাৰ ৪৪ শতাংশলৈ হ্ৰাস পাইছিল। স্কাই নিউজৰ তথ্য অনুসৰি বিগত সময়ত বহু লোকে তত্ত্ব পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আদালতৰ দ্বাৰস্থ হ’বলগা হৈছিল।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd