• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হৃদয় গলিল কিম জং উনৰ! অনুষ্ঠানৰ মাজতে চকুলো মচিলে ‘শক্তিশালী’ উনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2023 7:01 pm
Kim Jong Un
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াৰ নেতা কিম জং উন বুলিলেই সকলোৰে সমুখলৈ আহে শক্তিশালী আৰু কঠোৰ নেতাৰ ছবি। এই কঠোৰ উনৰ হঠাতে গলিল হৃদয়। এক অনুষ্ঠানত উত্তৰ কোৰিয়াৰ শাসকজনক দেখিবলৈ পোৱা গ’ল চকুলো মচি থকা অৱস্থাত।

এই দৃশ্যই স্বাভাৱিকতে সকলোকে কৰি তুলিছে আচৰিত। দৰাছচলতে এক সভাত মন্তব্য ৰাখোঁতে কান্দি উঠে উন। দেশখনত জন্মৰ হাৰ হ্ৰাস পোৱাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি এই সমস্যাৰ সৈতে মোকাবিলাৰ অৰ্থে প্ৰচেষ্টা চলোৱাৰ আহ্বান জনাইছে উনে।

Apply Now

দেশৰ মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ অনুৰোধ কৰি আৱেগিক হৈ পৰে উন। পিয়ংইয়াঙত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাতৃ সভাত ভাষণ দি উনে এই আহ্বান জনায়। ৰাষ্ট্ৰীয় ক্ষমতা শক্তিশালী কৰাৰ স্বাৰ্থত দেশখনত জন্মৰ হাৰ বৃদ্ধি মহিলাসকলৰ কৰ্তব্য বুলি উনে মন্তব্য কৰে।

তেওঁ লগতে জাতীয় ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত মাতৃসকলক ধন্যবাদ জনাই কৰে আবেগিক মন্তব্য। দল আৰু দেশৰ কামৰ ক্ষেত্ৰত অসুবিধা পালে তেওঁ সদায় মাতৃৰ কথা ভাবে বুলি মন্তব্য কৰে উত্তৰ কোৰিয়াৰ শাসকজনে।

উল্লেখ্য যে, তথ্য অনুসৰি ২০২৩ চনলৈকে উত্তৰ কোৰিয়াত এগৰাকী মহিলাৰ প্ৰজনন ক্ষমতাৰ হাৰ বা গড় সন্তানৰ সংখ্যা আছিল ১.৭৯। উত্তৰ কোৰিয়াই জনসংখ্যা বৃদ্ধিৰ গতি মন্থৰ কৰিবলৈ ১৯৭০-৮০ চনত জন্ম নিয়ন্ত্ৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

ইয়াৰ উপৰিও ১৯৯০ চনৰ মাজভাগত সংঘটিত হোৱা দুৰ্ভিক্ষৰ ফলত দেশখনৰ প্ৰজনন ক্ষমতাৰ হাৰ যথেষ্ট হ্ৰাস পাইছে বুলি অনুমান কৰা হৈছিল। কিন্তু এতিয়া মহিলাসকলক সন্তান জন্মৰ হাৰ বৃদ্ধিৰ বাবে আহ্বান জনাবলৈ বাধ্য হৈছে কৰ্তৃপক্ষ।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চলিত বৰ্ষত দেশখনে তিনিটা বা তাতকৈ অধিক সন্তান থকা পৰিয়ালৰ বাবে বিনামূলীয়া গৃহ নিৰ্মাণৰ ব্যৱস্থা, বিনামূলীয়া খাদ্য, ঔষধ আৰু ঘৰুৱা সামগ্ৰী আৰু শিশুৰ বাবে শৈক্ষিক সুবিধাকে ধৰি একাধিক সুবিধা প্ৰৱৰ্তন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd