• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’তো নিৰাপদ নহয়! পাছপ’ৰ্টৰ বাবে থানালৈ যোৱা মহিলা মূৰত গুলী; ‘ভুল কৰি’ গুলী চলোৱা আৰক্ষী বিষয়া পলাতক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2023 9:44 am
চিচিটিভিৰ ভিডিঅ ফুটেজৰ স্ক্ৰীণশ্বট।

চিচিটিভিৰ ভিডিঅ ফুটেজৰ স্ক্ৰীণশ্বট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাছপ’ৰ্ট ভেৰিফিকেচনৰ বাবে থানালৈ গৈ গুলীবিদ্ধ হ’ল এগৰাকী মহিলা। থানাৰ আৰক্ষীৰ উপ-পৰিদৰ্শকে (এছ আই) ‘ভুলতে’ চলোৱা গুলী মহিলাগৰাকীৰ মূৰত লাগে। থিতাতে তেওঁ ঢলি পৰে। শুকুৰবাৰে বিয়লি উত্তৰ প্ৰদেশৰ আলিগড়ৰ এখন থানাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

মহিলাগৰাকীক আলিগড়ৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা সংকটজনক। অভিযুক্ত এছ আই গৰাকীৰ নাম মনোজ শৰ্মা। ঘটনাৰ পিছৰে পৰা তেওঁ পলাতক হৈ আছে।

ইপিনে, সমগ্ৰ ঘটনাৰ ভিডিঅ’ থানাৰ চিচিটিভি কেমেৰাত ধৰা পৰে। অৱশ্যে নৰ্থইষ্ট নাওৱে স্বতন্ত্ৰভাৱে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।

Apply Now

লগতে পঢ়কঃ অভূতপূৰ্ব! আমাৰ সূৰ্য্যটো দেখিবলৈ কেনেকুৱা? দেখুৱাই দিলে সৌৰযান আদিত্যই

সেই ভিডিঅ’টোত দেখা গৈছে যে ইশ্বৰাট নামৰ মহিলাগৰাকীয়ে পুত্ৰৰ সৈতে পাছপ’ৰ্ট ভেৰিফিকেচনৰ বাবে থানালৈ গৈছিল। তেওঁ দুৱাৰ এখনৰ সন্মুখত থিয় হৈ আছিল। কিছু সময়ৰ পাছত এজন আৰক্ষী বিষয়া আহি এছ আই মনোজৰ হাতত পিষ্টল এটা গতাই দিয়ে। মনোজে পিষ্টল চাফা কৰি থাকোঁতে ‘আকস্মিকভাৱে’ গুলী ওলাই যায়। পিষ্টলটো মহিলাগৰাকীৰ পিনে মুখ কৰি থকাৰ বাবে গুলীটোৱে মহিলাগৰাকীৰ মূৰত আঘাত কৰে। তেওঁ মাটিত পৰি যায়। ৰক্তাক্ত অৱস্থাত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়।

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি জৱাহৰলাল নেহৰু মেডিকেল কলেজৰ অধ্যক্ষ মঞ্জুৰ হৰিছ খানে কয় যে “গুলীটো এতিয়াও মহিলাগৰাকীৰ মূৰত সোমাই আছে। অস্ত্ৰোপচাৰ কৰা হ’ব নে নহয় সেই বিষয়ে আলোচনা চলি আছে।”

A relative of the victim speaks to media. Claims there was dispute over demand of money for passport verification. Police yet to clarify on allegations of the family. pic.twitter.com/ZekwF5HXfc

— Piyush Rai (@Benarasiyaa) December 8, 2023

আলিগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কালানিধি নাইথানীয়ে জানিবলৈ দিয়া মতে, গুলীটোৱে মহিলাগৰাকীৰ মূৰৰ পিছফালে আঘাত কৰে। কৰ্তব্যত অৱহেলাৰ বাবে ততাতৈয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় এছ আই গৰাকীক।

लापरवाही के चलते उपरोक्त दरोगा मनोज शर्मा को तत्काल प्रभाव से निलंबित किया गया है तथा उसके विरुद्ध आपराधिक मुकदमा दर्ज किया गया है,घायल महिला का इलाज डॉक्टर की टीम द्वारा किया जा रहा है, घटना के फुटेज की जांच फील्ड यूनिट द्वारा की जा रही है। इस संबंध में एसएसपी की अपडेटेड बाइट । https://t.co/WmueVNfpFp pic.twitter.com/S7Y2n04sSS

— ALIGARH POLICE (@aligarhpolice) December 8, 2023

তেওঁ কয়, “কৰ্তব্য অৱহেলাৰ অভিযোগত এছ আই মনোজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে অপৰাধমূলক গোচৰ। মহিলাগৰাকীৰ চিকিৎসা চলি আছে। সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত এছ আই। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd