• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তাই আহোম যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মুখ্য মন্ত্ৰীৰ প্ৰতীকী শৱ দাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2018 9:29 pm
126
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে শুকুৰবাৰে তাই আহোম যুৱ পৰিষদ, অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সহযোগত সোণাৰিত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকী শৱ সোণাৰি মহাবিদ্যালয়ৰ সমীপৰ পৰা লৈ যাত্ৰা কৰি নগৰখনৰ শিৱ মন্দিৰ তিনিআলিত দাহ কৰে।

তাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছু, এ জে ৱাই চি পি, কৃষক মুক্তি সংগ্ৰাম সমিতি, আটাছুৰ লগতে কেইবাটাও দল সংগঠনে অংশগ্ৰহণ কৰে। প্ৰতিবাদীকাৰী সকলে মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতীকী শৱ দাহ কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ সোণাৰিৰ সমগ্ৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

Recent News

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

উচ্ছেদৰ নামত ৫৭ হাজাৰ বিঘা মাটি কৰ্প’ৰেটক হস্তান্তৰৰ পৰিকল্পনা: সংখ্যালঘু বসতিপ্রধান ৬,৫০০ বিঘা, জনজাতি বসতিপ্রধান ৫০,৮৩৭ বিঘাত উচ্ছেদ

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

পত্নীৰ মোবাইল পাছৱৰ্ড বিচৰাটো ঘৰুৱা হিংসাৰ আওতাত পৰিব পাৰেঃ ছত্তীশগড় উচ্চ ন্যায়ালয়

বোকাখাটত ৰাজহুৱা আলোচনা চক্ৰ : অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি

বোকাখাটত ৰাজহুৱা আলোচনা চক্ৰ : অসমৰ প্ৰগতিশীল ৰাজনৈতিক ইতিহাসত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

মৰিগাঁৱত নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ দোষত দোষী সাব্যস্ত : ২০ বছৰৰ কাৰাদণ্ড অপৰাধীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd