• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইৰাণৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী নাৰ্গিছ মহম্মদীৰ হৈ বঁটা গ্ৰহণ কৰিলে দুই যমজ সন্তানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2023 8:49 am
1.5k
VIEWS
Share on FacebookShare on Twitter

ইৰাণৰ কাৰাবন্দী নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীৰ হৈ তেওঁৰ দুই সন্তানে শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিছে। নৰৱেৰ অছলোত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। ইৰাণৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ স্বীকৃতি স্বৰূপে এইবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত হৈছিল ৫১ বছৰীয়া নাৰ্গিছ মহম্মদী।

নৰ্গিছৰ ১৭ বছৰীয়া দুই যমজ সন্তান কিয়ানা ৰহমানী আৰু আলী ৰহমানীয়ে নোবেল বঁটা প্ৰদান অনুষ্ঠানত কাৰাবন্দী মাতৃৰ লিখিত বক্তব্য পাঠ কৰে।

ইৰাণৰ ইভিন কাৰাগাৰৰ পৰা নাৰ্গিছে লিখা ভাষণত কোৱা হৈছে যে তেওঁ কাৰাগাৰৰ কদৰ্য পৰিবেশৰ পৰাই কথাখিনি উত্থাপন কৰিছে। তেওঁৰ দৰে ইৰাণৰ বহু মানৱ অধিকাৰ কৰ্মীয়েও জীয়াই থকাৰ বাবে অহৰহ সংগ্ৰাম কৰি আছে। জনসমৰ্থন আৰু বৈধতা হেৰুৱাই পেলোৱা ইৰাণ চৰকাৰে দেশখনৰ ওপৰত জাপি দিয়া স্বৈৰাচাৰী শাসন ব্যৱস্থাক ইৰাণৰ জনসাধাৰণে পৰাস্ত কৰিব।

লগতে পঢ়কঃ চাণক্য নীতি! এই ভৰসাত বহি থাকিলে মানুহ হৈ পৰে ধ্বংস; ইকুলো নাপায়, সিকুলো নাপায়

২০১০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে নাৰ্গিছ। এই পৰ্যন্ত তেওঁক ১৩ বাৰ গ্ৰেপ্তাৰ কৰা হৈছে। পাঁচবাৰ দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক ৩১ বছৰৰ কাৰাদণ্ড বিহা হয়। যোৱা অক্টোবৰ মাহত তেওঁ লাভ কৰিছিল নোবেল বঁটা। ইৰাণী কিশোৰী মাছা আমিনিৰ মৃত্যুৰ এবছৰৰ পাছত নৰ্গিছে শান্তিৰ নোবেল বঁটা লাভ কৰে।

২০০৩ চনত শান্তিৰ নোবেল বঁটা লাভ কৰা শ্বিৰিন এবাদীৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ ভাইচ-প্ৰেছিডেন্টৰ দায়িত্বত আছে নাৰ্গিছ। এতিয়ালৈকে নাৰ্গিছকে ধৰি ১৯ গৰাকী মহিলাই লাভ কৰিছে নোবেল বঁটা।  নাৰ্গিছ হৈছে পঞ্চমগৰাকী নোবেল বঁটা বিজয়ী, যিয়ে কাৰাগাৰত থকাৰ সময়তে এই বঁটা লাভ কৰিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd