• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আঞ্জাত দৈনিক ব্যৱহাৰ কৰক তেজপাত আৰু বাচি থাকক অনেক ৰোগৰ পৰা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 12, 2023 8:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঞ্জাত দৈনিক ব্যৱহাৰ কৰক তেজপাত আৰু বাচি থাকক অনেক ৰোগৰ পৰা

Apply Now

সকলোৰে ঘৰত মছলা হিচাপে তেজপাত ব্যৱহাৰ কৰা হয়। এইটো সঁচা যে আমি ৰন্ধা-বঢ়াত সোৱাদ বৃদ্ধিৰ বাবে তেজপাত দিওঁ। কিন্তু তেজপাতে কেৱল খাদ্যৰ সোৱদেই বৃদ্ধি নকৰে, তেজপাতৰ আছে অনেক পুষ্টিকৰ গুণ। 

তেজপাতত বহুতো পুষ্টিকৰ উপাদান যেনে এন্টিঅক্সিডেন্ট, আঁহ আদি যৌগ থাকে। সেয়ে দৈনিক খাদ্যত তেজপাত ব্যৱহাৰ কৰি বিভিন্ন ৰোগৰ পৰা সাৰি থাকিব পৰা যায়।

যদি আপুনি দৈনিক তেজপাত খায় তেন্তে আপোনাৰ শৰীৰত চেনীৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। ইয়াত প্ৰচুৰ পৰিমাণে থকা এন্টিঅক্সিডেন্টে আপোনাৰ তেজত চেনীৰ মাত্ৰা কেতিয়াও বৃদ্ধি হ’বলৈ নিদিয়ে।

তেজপাতত এন্টিঅক্সিডেন্টৰ উপৰিও আঁহ থাকে। তেজপাতৰ সহায়ত বৃক্কৰ পাথৰ পৰা পৰিত্ৰাণ পোৱা যায়। তেজপাতে অন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

বয়সৰ লগে লগে সকলোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। যদি আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে তেজপাত খাদ্যত ৰাখক। খাদ্যত তেজপাতৰ ব্যৱহাৰে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। চৰ্দি, কাহ, জ্বৰ আদি ৰোগৰ পৰা আপুনি সকাহ পাবলৈ তেজপাত ব্যৱহাৰ কৰক।

তেজপাতে হজম শক্তি উন্নত কৰাত সহায় কৰে, যিহেতু ইয়াত আঁহ থাকে। তেজপাতে কোষ্ঠকাঠিন্য, পেট ফুলা, পেটৰ বিষ আদি সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰে।

প্ৰতিদিনে তেজপাতৰ সৈতে চাহ খালে ৰাতি টোপনি ভাল হয়, মানসিক চাপ বহু পৰিমাণে কমি যায়। 

তেজপাতে স্নায়ুতন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। গতিকে আজিৰে পৰা তেজপাত খাবলৈ আৰম্ভ কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd