• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০ কোটিৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত অভিনেতা প্ৰকাশ ৰাজক ক্লীন চিট ইডিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2023 5:31 pm
প্ৰকাশ ৰাজ। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰকাশ ৰাজ। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০০ কোটি টকাৰ পঞ্জী স্কিম কেলেংকাৰিৰ গোচৰত অভিনেতা প্ৰকাশ ৰাজক ক্লিন চিট দিছে ইডিয়ে। প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ মতে, তিৰুচিৰাপল্লীৰ অলংকাৰ নিৰ্মাণ কোম্পানীটোৰ বিত্তীয় লেনদেনত দক্ষিণৰ অভিনেতাজন কোনো কাৰণতে জড়িত নহয়।

২০ নৱেম্বৰত প্ৰৱৰ্তনসঞ্চালকালয়ে তিৰুচিৰাপল্লীস্থিত অলংকাৰ নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত প্ৰকাশ ৰাজক চমন কৰিছিল। ১০০ কোটি টকাৰ পঞ্জী আঁচনিৰ তদন্তত তেওঁক জেৰাৰ বাবে মতা হৈছিল। সেই নিৰ্দেশ অনুসৰি ৫ ডিচেম্বৰত চেন্নাইৰ ইডি কাৰ্যালয়ত হাজিৰ হৈছিল প্ৰকাশ ৰাজ। ইডিয়ে সোধা-পোছাৰ অন্তত দক্ষিণৰ অভিনেতাগৰাকীক ক্লিন চিট দিছে।

লগতে পঢ়কঃ ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ সময়তে ফিট হৈ উঠিব ঋষভ পন্ত! তেওঁ এতিয়া কিমান সুস্থ?

Apply Now

উল্লেখ্য যে ১০০ কোটি টকাৰ আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হোৱা অলংকাৰ নিৰ্মাতা কোম্পানীটোৱে সাধাৰণ মানুহক সোণ কিনি বজাৰত বিনিয়োগ কৰাৰ বিনিময়ত বিপুল ধন ঘূৰাই দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় ১০০ কোটি টকা সংগ্ৰহ কৰিছিল।

এই জালিয়াতিৰ তদন্তৰ বাবে প্ৰকাশ ৰাজক ইডিয়ে মাতিছিল। কাৰণ কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে প্ৰকাশক কেইবাবাৰো দেখা গৈছিল। অভিনেতা প্ৰকাশ ৰাজক কোম্পানীটোৰ সৈতে হোৱা সকলো বিত্তীয় লেনদেনৰ নথি-পত্ৰ চেন্নাইৰ ফেডাৰেল এজেন্সীত জমা দিবলৈ নিৰ্দেশ দিয়া হয়। অভিনেতাগৰাকীয়ে ডিচেম্বৰৰ প্ৰথম সপ্তাহত উপস্থিত হৈছিল। এইবাৰ সেই ক্ষেত্ৰত প্ৰকাশক ক্লীন চিট দিলে ইডিয়ে।

লগতে পঢ়কঃপুনৰ ক’ভিড! কেৰালাত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN.1

অভিনেতা প্ৰকাশ ৰাজ সদায় মুখৰ ব্যক্তি। ৰাজনৈতিক বিষয় হওক বা সামাজিক পৰিস্থিতি হওক বা চলচ্চিত্ৰ জগতৰ যিকোনো পৰিস্থিতিয়েই হওক, অভিনেতাৰ প্ৰতিবাদী কণ্ঠ শুনা যায়। বিশেষকৈ ‘পঞ্জি আঁচনি’ কেলেংকাৰীত ইডিয়ে মাতি অনা দক্ষিণৰ তাৰকাগৰাকীয়ে গেৰুৱা শিৱিৰক সমালোচনা কৰাৰ সুযোগ কেতিয়াও নেহেৰুৱায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd