• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্ববিদ্যালয়ত ভাষণ দি থকাৰ সময়তে হৃদৰোগত মৃত্যু আই আই টি কানপুৰৰ জ্যেষ্ঠ অধ্যাপকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2023 5:24 pm
IIT Kanpur professor dies of cardiac arrest
1.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয়ত ভাষণ দি থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাত শুকুৰবাৰে মৰ্মান্তিকভাৱে মৃত্যুক সাবটি লয় আই আই টি কানপুৰৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকে।

আই আই টি কানপুৰ প্ৰেক্ষাগৃহত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ অনুষ্ঠানত ভাষণ দি আছিল সমীৰ খাণ্ডেকাৰ নামৰ অধ্যাপকগৰাকীয়ে।

লক্ষণীয়ভাৱে খাণ্ডেকাৰে এই ঘটনাৰ সময়ত নিজ বক্তব্যত সুস্বাস্থ্য বজাই ৰখাৰ উপায়ৰ বিষয়ে কৈ আছিল। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁৰ অন্তিম বাক্য আছিল, “স্বাস্থ্যৰ যত্ন লোৱা।”

এই মন্তব্য কৰাৰ সময়তে খাণ্ডেকাৰে হঠাৎ অস্বস্তি অনুভৱ কৰে আৰু বুকুত কিছু বিষ অনুভৱ কৰে। পিছে ছাত্ৰ-ছাত্ৰী তথা আন লোকসকলে এই বিষয়ে বিশেষ নাভাৱি তেওঁ আৱেগিক হৈ পৰা বুলিহে ভাৱে।

কিন্তু কিছু সময়ৰ পাছতে অধ্যাপকজন ঘামি উঠি মঞ্চত ঢলি পৰে। আকস্মিক এই ঘটনাত হুৱাদুৱা লাগে প্ৰেক্ষাগৃহত। খাণ্ডেকাৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয়।

চিকিৎসকসকলে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই এইদৰে আকস্মিক মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই বিষয়ে নিশ্চিত হ’ব বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে, কলেষ্টেৰল ৰোগত আক্ৰান্ত খাণ্ডেকাৰে ২০১৯ চনৰ পৰা কলেষ্টেৰল ৰোগত আক্ৰান্ত খাণ্ডেকাৰে অবিৰতভাৱে ঔষধ সেৱন কৰি আছিল।

মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, পত্নী আৰু পুত্ৰক এৰি থৈ যায়।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd