• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলবাৰৰ পৰা ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হ’ব থলুৱাভাৱে নিৰ্মিত ক্ষেপনাস্ত্ৰ ধ্বংসকাৰী জাহাজ INS Imphal

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2023 11:03 am
মঙলবাৰৰ পৰা ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হ’ব থলুৱাভাৱে নিৰ্মিত ক্ষেপনাস্ত্ৰ ধ্বংসকাৰী জাহাজ INS Imphal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে গোপন প্ৰণালীৰে থলুৱাভাৱে নিৰ্মিত ক্ষেপণাস্ত্ৰ ধ্বংসকাৰী জাহাজ আই এন এছ ইম্ফল (INS Imphal)ক অন্তৰ্ভুক্ত কৰি ভাৰতে নিজৰ সামুদ্ৰিক সামৰ্থ্যক এক বৃহৎ শক্তি দিবলৈ সাজু হৈছে।

ব্ৰহ্মছ ছাৰ্ফেচ টু ছাৰ্ফেচ মিছাইলেৰে সজ্জিত এই জাহাজখন উত্তৰ-পূব অঞ্চলৰ এখন চহৰৰ নামেৰে নামাকৰণ কৰা প্ৰথমখন যুদ্ধ জাহাজ আৰু ভাৰত মহাসাগৰ অঞ্চলত চীনৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সময়তে ইয়াৰ আগমন ঘটিছে।

আই এন এছ ইম্ফলৰ অন্তৰ্ভুক্তি ভাৰতৰ জাহাজ নিৰ্মাণ উদ্যোগৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি।

জাহাজখন হৈছে এক শক্তিশালী আৰু বহুমুখী প্লেটফৰ্ম, য’ত আছে অত্যাধুনিক অস্ত্ৰ আৰু চেন্সৰ, পৃষ্ঠৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰ, জাহাজ প্ৰতিৰোধী ক্ষেপণাস্ত্ৰ, টৰ্পিডো আদি।

লগতে পঢ়কঃসময় বৰ নিষ্ঠুৰ! টকাৰ অভাৱত নিজৰ ঘড়ীটোও বিক্ৰী কৰি দিলে এসময়ৰ ধনকুবেৰ ৰাহুল নন্দাই!

ই ব্ৰহ্মছ মিছাইল, মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা আকাশলৈ ক্ষেপণাস্ত্ৰ, চাবমেৰিন প্ৰতিৰোধী থলুৱা ৰকেট লঞ্চাৰ, আৰু ৭৬ মিমি ছুপাৰ ৰেপিড গান মাউণ্টকে ধৰি প্ৰায় ৭৫% উচ্চ থলুৱা সামগ্ৰীৰে সমৃদ্ধ।

১৬৪ মিটাৰ দৈৰ্ঘ্যৰ এই জাহাজখনে ৩০ নট (৫৬ কিলোমিটাৰ প্ৰতি ঘণ্টা)তকৈ অধিক বেগত গতি কৰিব পাৰে।

আই এন এছ ইম্ফলত থলুৱা ৰকেট লঞ্চাৰ, টৰ্পিডো লঞ্চাৰ আৰু চাবমেৰিন প্ৰতিৰোধী হেলিকপ্টাৰৰ সৈতে ছাবমেৰিন প্ৰতিৰোধী ক্ষমতাও থাকিব।

The @indiannavy is set to commission its latest Stealth Guided Missile Destroyer, #Imphal, at Naval Dockyard, Mumbai, on 26 Dec 2023 in the presence of RM Shri @rajnathsingh.#DestroyerImphal#NavalInduction

Read about #INSImphal here: https://t.co/JOrIdRLebl@giridhararamane pic.twitter.com/gAlrovemmC

— Ministry of Defence, Government of India (@SpokespersonMoD) December 24, 2023

মঙলবাৰে (২৬ ডিচেম্বৰ, ২০২৩) মুম্বাইৰ নৌসেনাৰ ডকয়াৰ্ডত অনুষ্ঠিত হ’ব আই এন এছ ইম্ফলৰ কমিচনিং অনুষ্ঠান।

ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৱে ডিজাইন কৰা চাৰিখন ‘বিশাখাপট্টনম’ শ্ৰেণীৰ ধ্বংসকাৰী জাহাজৰ ভিতৰত তৃতীয়খন জাহাজক আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ’ব।

লগতে পঢ়কঃবেথলেহমত নাই পোহৰৰ মেলা; যীচুৰ জন্মস্থানত অহা নাই বৰদিন

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অঞ্চলটোৰ গুৰুত্বৰ প্ৰতি সন্মান জনাই মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলৰ নামেৰে জাহাজখনৰ নামকৰণ কৰা হৈছে।

১৮৯১ চনৰ ব্ৰিটিছ ভাৰত-মণিপুৰ (এংলো-মণিপুৰ) যুদ্ধৰ পৰা আৰম্ভ কৰি ১৯৪৪ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে আই এন এৰ পতাকা উত্তোলন কৰালৈকে ইম্ফলে ভাৰতৰ ইতিহাসত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

স্বতন্ত্ৰ সাংবাদিকৰ মুখ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত! সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু গোচৰ অসম আৰক্ষীৰ

August 22, 2025 7:08 am
কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

কেকটাছে ওজন হ্ৰাস, কলেষ্টেৰল নিয়ন্ত্ৰণ, বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰিব পাৰে, জানক সবিশেষ…

August 22, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am
জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

জি এছ টি থাকিব মাত্ৰ ৫ আৰু ১৮ শতাংশ! কেবিনেট বৈঠকত সিদ্ধান্ত; মধ্যবিত্তই সকাহ পাবনে?

August 22, 2025 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd