• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সময় বৰ নিষ্ঠুৰ! টকাৰ অভাৱত নিজৰ ঘড়ীটোও বিক্ৰী কৰি দিলে এসময়ৰ ধনকুবেৰ ৰাহুল নন্দাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2023 9:47 am
ৰাহুল নন্দা। ফইাল ফটোঃ সংগ্ৰহীত।

ৰাহুল নন্দা। ফইাল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময় বৰ নিষ্ঠুৰ। সদায় দিন একেদৰে নাযায়। এসময়ৰ কোটিপতি ৰাহুল নন্দাৰ জীৱনতো আহি পৰিছে বিপৰ্যয়ৰ চৰম সময়। তেওঁৰ অৱস্থা এনেকুৱা যে তেওঁ নিজৰ ব্যক্তিগত ঘড়ীটোও বিক্ৰী কৰিবলগীয়া হয়। মানি কন্ট্ৰোলৰ সূত্ৰ অনুসৰি এই খৱৰ জানিব পৰা গৈছে।

২০২২ চনত তেওঁক দেউলীয়া ঘোষণা কৰা হৈছিল। যোৱা সপ্তাহত ইংলেণ্ডৰ এখন আদালতে জনাইছে যে ৰাহুল নন্দাৰ হাতত টকা পইচা একো নাই। পৰিস্থিতি এনেকুৱা যে তেওঁ নিজৰ ব্যক্তিগত ঘড়ীটোও বিক্ৰী কৰি দিছে। টকাৰ বাবে তেওঁ তেওঁৰ ৰোলেক্স ঘড়ীটোও বিক্ৰী কৰিছে। ইমানেই শোচনীয় পৰিস্থিতি তেওঁৰ।

এসময়ত তেওঁ ইংলেণ্ডত বসবাস কৰা অন্যতম ধনী ভাৰতীয় আছিল। তেওঁ আছিল টপছগ্ৰুপৰ মালিক। আৰু সেই ধনী মানুহজনৰ এতিয়া ইমানেই দুৰাৱস্থা যে টকাৰ বিনিময়ত নিজৰ ব্যক্তিগত ঘড়ীটো বিক্ৰী কৰিব লগা হৈছে।

Apply Now

লগতে পঢ়কঃ বেথলেহমত নাই পোহৰৰ মেলা; যীচুৰ জন্মস্থানত অহা নাই বৰদিন

অভিযোগ অনুসৰি তেওঁ পঞ্জাৱ নেচনেল বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈ সেই ঋণ পৰিশোধ কৰা নাছিল। বেংকৰ দাবী ৰাহুলে সহযোগ কৰা নাই। তেওঁৰ সম্পত্তি ক’ত আছে ক’ব নিবিচাৰে। ইপিনে, তেওঁৰ ঋণৰ সুত দৈনিক প্ৰায় ৩০ লাখ টকা  হৈছে।

আনহাতে, বেংকে ব্যক্তিজনৰ বেংক একাউণ্ট, তেওঁৰ সম্পত্তিৰ বিষয়ে জানিবলৈ চেষ্টা চলাই আছে। তেওঁৰ আয়কৰ ৰিটাৰ্ণ, ষ্টক মাৰ্কেটৰ কত টকা ৰাখিছিল সকলো ঠাইত সন্ধান চলোৱা হৈছে।

২০১৩ চনত ইংলেণ্ডত থকা পিএনবিৰ এটা শাখাই তেওঁক এক কোটি মাৰ্কিন ডলাৰৰ (প্ৰায় ৮৪ কোটি টকা) ঋণ দিছিল। খবৰ অনুসৰি তেওঁক ব্যক্তিগত সঞ্চয়ৰ ওপৰত এই বৃহৎ ঋণ দিয়া হৈছিল।

ইপিনে, নন্দাৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁ নিজৰ কন্যা আৰু পত্নীৰ সহায়ত পোহপাল গৈ আছে। তেওঁৰ কোনো উপাৰ্জন নাই। লগতে টকাৰ বাবে বিক্ৰী ৰোলেক্স ঘড়ীটোও বিক্ৰী কৰি দিছে।

লগতে পঢ়কঃ ছত্তীশগড়ৰ বনাঞ্চলত সেনা-আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ৩ মাওবাদী

সেইদৰে, এসময়ত তেওঁৰ অট্টালিকাত গৌৰৱেৰে প্ৰদৰ্শিত হোৱা কিছুমান সামগ্ৰী বিক্ৰী কৰি দিয়া বুলি জানিব পৰা গৈছে। ২০২২ চনৰ জুলাই মাহত তেওঁ দেউলীয়া ঘোষণা কৰাৰ বাবে আবেদন জনাইছিল।

সূত্ৰ অনুসৰি, এইবাৰ আদালতে তেওঁক পিএনবিএ অনুৰোধ জনোৱা তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd