• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন মাইলৰ খুঁটি গঢ়াৰ পথত ইছৰো! কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধানত উৎক্ষেপণ হ’ব XPoSAT

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2023 9:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহাকাশ বিজ্ঞান গৱেষণা কেন্দ্ৰ ইছৰ’ই দেশৰ প্ৰথমটো এক্স-ৰে প’লাৰিমিটাৰ উপগ্ৰহ বা XPOSAT উৎক্ষেপণ কৰিবলৈ ওলাইছে। ইছৰোৱে এইবাৰ এক্সপ’ছেটৰ জৰিয়তে কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধান কৰিবলৈ এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই উপগ্ৰহটো প’লাৰ চেটেলাইট লঞ্চ ভেহিকেল চি ৫৮ ৰ জৰিয়তে উৎক্ষেপণ কৰা হ’ব।

উল্লেখ্য যে ইছৰ’ই এইবাৰ চন্দ্ৰযান ৩ক নিজৰ লক্ষ্যত সফলতাৰে প্ৰেৰণ কৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছে ভাৰতৰ চন্দ্ৰযান ৩। তাৰপিছতে আদিত্য এল ১ৰ সহায়ত ইছৰ’ই সৌৰ গৱেষণাৰ ক্ষেত্ৰত বৃহৎ সফলতাৰ বাবে সাজু হৈছে।

এইবাৰ ইছৰ’ই আন কিছুমান মহাজাগতিক পৰিঘটনাৰ বিষয়ে গৱেষণামূলক তথ্যৰ সন্ধান বিচাৰি উলিয়াব বিচাৰিছে। আৰু সেইটোৱেই হৈছে এক্সপ’জেট উৎক্ষেপণৰ লক্ষ্য।

Apply Now

লগতে পঢ়কঃ ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

জানিব পৰা মতে, ইছৰ’ই নতুন বছৰৰ প্ৰথম দিনাই এই নতুন এক্সপ’জেট উৎক্ষেপণ কৰিবলৈ ওলাইছে। এই কথা জনাইছে দেশৰ মহাকাশ গৱেষণা বিজ্ঞান কেন্দ্ৰটোৱে। সেইদিনা ৰাতিপুৱা ৯.১০ বজাত এক্সপ’জেট সফলতাৰে উৎক্ষেপণ কৰাৰ কথা। এইটো ভাৰতীয় মহাকাশ গৱেষণাৰ ক্ষেত্ৰত অন্যতম মাইলৰ খুঁটি হোৱাৰ বাবে আগবাঢ়িছে বুলি কোৱা হৈছে।

ইছৰোৰ এই উপগ্ৰহটোৱে গভীৰ এক্স-ৰে উৎসৰ বিকিৰণৰ দিশৰ সৈতে জড়িত এক অধ্যয়নৰ বিভিন্ন দিশ অন্বেষণ কৰিবলৈ ওলাইছে। এই পদক্ষেপত যদি ইছৰো সফল হয় তেন্তে ই ভাৰতীয় মহাকাশ গৱেষণা আৰু বিজ্ঞানৰ জগতখনত এক বৃহৎ অগ্ৰগতি আনিব পাৰে।

ইতিমধ্যে ইছৰ’ই আদিত্য এল ১ৰ সফলতাৰ বাবে অপেক্ষা কৰি আছে। জানিব পৰা গৈছে যে এক্সপ’জেট মহাকাশৰ ৫০টা উজ্জ্বল বস্তুৰ ওপৰত গৱেষণাৰ বাবে তথ্য সংগ্ৰহৰ বাবে উৎসৰ্গিত। ইয়াৰ ভিতৰত ব্লেকহোল বা কৃষ্ণগহ্বৰ, এক্টিভ গ্যালাক্টিক নিউক্লিআই, নিউট্ৰন ষ্টাৰ, নন থাৰ্মল ছুপাৰন’ভা আদি অন্যতম।

লগতে পঢ়কঃ চাণক্য নীতি : কেনেকৈ চিনাক্ত কৰিব জীৱনৰ শত্ৰু?  জানি লওক আজিয়েই

এই নতুন অভিযানৰ কাৰ্যকাল ৫ বছৰ। জানিব পৰা মতে এই উপগ্ৰহটো পৃথিৱীৰ কক্ষপথৰ পৰা ৫০০ৰ পৰা ৭০০ কিলোমিটাৰ দূৰত্বত থাকিব। উল্লেখ্য যে ৰমন গৱেষণা প্ৰতিষ্ঠান, ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰই ইছৰোৰ এই পদক্ষেপত সহযোগিতা আগবঢ়াইছে। এই পদক্ষেপৰ ফলত লাভ কৰা তথ্যই ভাৰতৰ মহাকাশ গৱেষণাৰ বিভিন্ন দিশত সফলতা আনিব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd