• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বালিপৰাত নিশা ৰেইলৰ খুন্দাত ছটাকৈ বনৰীয়া হাতীৰ মৃত্যু

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 10, 2017 9:21 am
images of elephent
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা কৰুণ ঘটনাত যোৱা নিশা শোণিতপুৰ জিলাৰ বালিপৰাৰ বামগাওঁ অঞ্চলত তীব্ৰবেগী ৰে’লৰ খুন্দাত ছটাকৈ হাতীৰ মৃত্যু হৈছে। খাদ্যৰ সন্ধানত লোকালয়লৈ ওলাই অহা হাতীৰ পাল এটাই ৰে’ললাইন পাৰ হ’ব খোজোতেই গুৱাহাটী-নাহৰলগুন উজনিমুৱা ৰে’লখন উক্ত ঠাই পায় আৰু হাতীৰ পালটোক মহতিয়াই নিয়ে। ফলত ছটাকৈ হাতীৰ থিতাতে মৃত্যু হয়। ছটাকৈ হাতীৰ এই কৰুণ মৃত্যুক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সকলে। সকলোৱে একমুখে বনবিভাগৰ অকৰ্মণ্যতাক গৰিহণা দিছে। উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইত নিয়মীয়াকৈ বনৰীয়া হাতীৰ মৃত্যু হৈ আহিছে। হাতী-মানুহৰ সংঘাতত ক’ৰবাত যদি হাতীৰ মৃত্যু হৈছে, ক’ৰবাত মানুহৰ। যোৱা ২০১৩-১৬ চনৰ ভিতৰতে অসমত ১৪০ টা হাতীৰ অস্বাভাৱিক মৃত্যু হৈছে। কিন্তু এই লৈ যেন বন বিভাগৰ কোনো চিন্তাই নাই। বন বিভাগে হাতীৰ অৱস্থান আৰু গতিবিধিক নিৰীক্ষণত ৰখাৰ কোনো চেষ্টা কৰা নাই। যাৰ বাবে ৰে’লৰ খুন্দাতেই কেইবাটাও হাতীৰ মৃত্যু হৈছে যোৱ এমাহৰ ভিতৰতে। আনহাতে হাবিত বনৰীয়া হাতীৰ বাবে খাদ্য ক্ৰমাৎ কমি অহাত হাতীৰ পাল খাদ্য বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰাটো এটা স্বাভাৱিক ঘটনাত পৰিণত হৈছে। World Wildlife Fund ৰ এজন বিষয়াৰ মতে যোৱা কিছু বছৰৰ ভিতৰত শোণিতপুৰ জিলাৰ মুঠ বনাঞ্চলৰ প্ৰায় ৭০ শতাংশ নোহোৱা হৈছে বা ধ্বংস কৰা হৈছে। ফলত বনাঞ্চলত হাতীৰ বাবে খাদ্যৰ নাটনি এটা স্বাভাৱিক কথা হৈ পৰিছে। এনেকৈ ওলাই অহা হাতীয়ে বহু কৃষকৰ বছৰজোৰা পৰিশ্ৰমৰ ফচল খাই শেষ কৰিছে। বহুত কেইজন কৃষক তথা সাধাৰণ লোকে এনে হাতীৰ আক্ৰমণত প্ৰাণ পৰ্য্যন্ত হেৰুৱাইছে। বহু কেইঠাইত এনেকৈ ক্ষতিগ্ৰস্ত তথা ভুক্তবোগী ক্ষুভিত লোকে হাতীকেই আক্ৰমণ কৰা নহয়, বনকৰ্মীৰ লোককো আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। যোৱা ৭ ডিচেম্বৰত নগাওঁ জিলাৰ কন্দলি অঞ্চলত তেনে এটা ঘটনাত বনৰীয়া হাতীৰ পৰা কৃষকৰ ফচল সুৰক্ষিত কৰিব নোৱৰা বনকৰ্মীক আক্ৰমণ কৰা বাবে নগাওঁ আৰক্ষীয়ে ৪জন কৃষকক গ্ৰেপ্তাৰ কৰিছিল।

Apply Now
এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd