• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰ্মান্তিক! দেৰগাঁৱত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত কমেও ১৪ জন নিহত, আহত ২৫ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2024 9:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে পুৱাৰ ভাগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপত এখন ট্ৰাকৰ সৈতে এখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ ঘটে। এই ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে যাৰ ভিতৰত পাঁচগৰাকী মহিলা আৰু এজন নাবালকো আছে।

গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানৰ সমীপত নিৰ্মাণাধীন ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ৪৫ জন যাত্ৰীসহ  তিনিচুকীয়া অভিমুখী বনভোজলৈ যোৱা দলৰ বাছখনৰ।

স্থানীয় সূত্ৰই জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত দুটাকৈ পৰিয়াল নিঃশেষ হৈ যায়। বাছখনত থকা পৰিয়াল দুটাৰ আটাইকেইজন সদস্যৰ মৃত্যু হয়। ইয়াৰে এটা পৰিয়ালৰ ৪জন আৰু আনটো পৰিয়ালৰ ৫জন সদস্য আছিল।

Apply Now

মৃত লোকসকলৰ ভিতৰত কেইগৰাকীমানৰ নাম জানিব পৰা গৈছে। সেই অনুসৰি, তেওঁলোক হ’ল ক্ৰমে পিংকী শইকীয়া, ৰিংকী বৰা, অনিমা শইকীয়া, ১৩ বছৰীয়া শুভংকৰ শইকীয়া, ১০ বছৰীয়া নিহাৰিকা বৰা, দীপালী শইকীয়া, নৱজিৎ শইকীয়া আৰু ট্ৰাক চালক নুৰ আলম।

আনহাতে, এই ভয়ংকৰ দুৰ্ঘটনাটোত আহত হৈ চিকিৎসাধীন লোকসকলৰ ভিতৰত আছে নৱনীতা শইকীয়া (৩৪), ধ্ৰুৱজ্যোতি বৰা (১৮), প্ৰাচুৰ্য শইকীয়া (৭), জোনালী বৰা শইকীয়া (৪৩), কৌশিক শইকীয়া (১৭), চিন্ময় বৰা (১২),বিতোপন বৰা (২৪), অৰ্চনা শইকীয়া (৪১), প্ৰীতি শইকীয়া (৭), অভিজিৎ বৰা(৬), বুলু শইকীয়া (৪৭), ৰুলী শইকীয়া বৰা (৩৫), দীপ্তি শইকীয়া (১৭), মৃদুল শইকীয়া (৪০), মাধুৰ্য শইকীয়া (২৫), ধ্ৰুৱজ্যোতি বৰা (২৭), কুলুমণি শইকীয়া (৩৪), চিত্ৰলেখা বৰা (২৬), বিজিত শইকীয়া (২৮)আৰু অৰূপ শইকীয়া (৩৭)।

বাতৰি মতে, ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষই ৪ লেনযুক্ত পথটোত ডাইভাৰচনৰ সৃষ্টি কৰিছিল, যাৰ ফলত ট্ৰাকখনে “ভুল লেন”ত প্ৰৱেশ কৰিছিল। স্থানীয় এজন বাসিন্দাই জনায় যে কুঁৱলীয়ে পৰিস্থিতি আৰু বেয়া কৰি তুলিছিল।

কমাৰবন্ধাৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰ আৰু ডিব্ৰুগড়ৰ বগীবিললৈ নৱবৰ্ষৰ পিকনিকৰ বাবে প্ৰায় ৪৫ জন লোক বাছখনত যাত্ৰা কৰিছিল।

ঘটনা সন্দৰ্ভত গোলাঘাটৰ উপাযুক্ত পি উদয় প্ৰবীনে কয়, ‘আমি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰি আছো। শেহতীয়াকৈ আমি দিল্লীৰ পথ সুৰক্ষা বিশেষজ্ঞ আৰু এন এইচ ডি চি এলৰ সৈতে বৈঠকত মিলিত হৈছিলো আৰু আমাক আশ্বাস দিছিল যে ঘাইপথত উপযুক্ত চিন আৰু অন্যান্য শুধৰণিৰ কাম এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। আজি এনেকুৱা ঘটনা ঘটাটো দুৰ্ভাগ্যজনক। কিন্তু আৰক্ষী আৰু কৰ্তৃপক্ষই তদন্ত সম্পূৰ্ণ কৰাৰ পিছতহে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই বিষয়ে আমি অধিক ক’ব পাৰিম।’

ইপিনে, দুৰ্ঘটনাত আহতসকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd