• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বলীউডৰ পৰা ৰাজনীতিলৈ! বিজেপিলৈ শংকা কঢ়িয়াই আনিব নেকি মনোজ বাজপেয়ীয়ে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 5, 2024 10:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনোজ বাজপেয়ী দেশৰ অন্যতম শ্ৰেষ্ঠ আৰু সুদক্ষ অভিনেতা। ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিল্পীগৰাকীয়ে বিভিন্ন চলচ্চিত্ৰ, ধাৰাবাহিক আৰু ৱেবচিৰিজৰ দ্বাৰা দৰ্শকৰ মন জয় কৰি আহিছে।  

অভিনয়ৰ দ্বাৰাই বিভিন্ন সময়ত সামাজিক বাৰ্তা প্ৰদান কৰি আহিছে অভিনেতাগৰাকীয়ে। এইবাৰ  নিজে সামাজিক কাম কৰাৰ উদ্দেশ্যেৰে ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ মন মেলিছে নেকি মনোজ বাজপেয়ীয়ে?

Apply Now

উল্লেখ্য যে যোৱা এবছৰ ধৰি মনোজ বাজপেয়ী ৰাজনীতিলৈ অহাৰ চৰ্চা চলি আহিছিল। শেহতীয়াকৈ কিছু সূত্ৰই প্ৰকাশ কৰা মতে ৰাজনীতিত যোগ কৰিব অভিনেতাগৰাকীয়ে।  বিহাৰৰ পশ্চিম চম্পাৰণ লোকসভা আসনৰ পৰা বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে অভিনেতাগৰাকী। 

চিনেমাৰ জগতখনৰ লগত ৰাজনীতিৰ সম্পৰ্ক বহু পুৰণি। যোৱা কেইটামান দশকত ৰাজনীতিলৈ আহিছে এক বুজন পৰিমাণৰ শিল্পী তথা কলা-কুশলী। ভাৰতীয় ৰাজনীতিত সুনীল দত্ত, জয়া বচ্চনৰ দৰে অভিনেতাৰ প্ৰৱেশ ঘটিছে।  এতিয়া সেই তালিকাত নামভৰ্তি কৰাৰ মানস কৰিছে  নেকি মনোজ বাজপেয়ীয়ে?

খবৰ অনুসৰি বিহাৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰিছে মনোজ বাজপেয়ীয়ে। শেহতীয়াকৈ এটা নিউজ পৰ্টেলে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে , মনোজ বাজপেয়ীয়ে পশ্চিম চম্পাৰণ লোকসভা সমষ্টিৰ পৰা বিৰোধী প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

কিন্তু উক্ত নিউজ পৰ্টেলটোৱে কৰা দাবীক অস্বীকাৰ কৰিছে মনোজ বাজপেয়ীয়ে। এক্স হেণ্ডেলৰ এটা পোষ্টত তেওঁ কৈছে, “বাৰু কওকচোন, কোনে ক’লে এই কথা? নে যোৱা নিশা সপোন দেখিছিল? মোক কওক!” 

Achcha ye bataiye ye baat kisne bola ya kal raat Sapna aaya ? Boliye boliye! https://t.co/8pIbjoxrGR

— manoj bajpayee (@BajpayeeManoj) January 4, 2024

আচলতে লালুপ্ৰসাদক লগ পোৱাৰ পিছত যেতিয়া তেওঁৰ ৰাজনীতিত যোগদানৰ জল্পনা-কল্পনা আৰম্ভ হৈছিল, তেতিয়া মনোজ বাজপেয়ীয়ে সংবাদ সংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কৈছিল। সেই সময়ত তেওঁ কৈছিল- যোৱাবাৰ বিহাৰলৈ যোৱাৰ সময়ত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পুত্ৰ তথা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক লগ পাইছিলো। তেতিয়াৰ পৰাই মই ৰাজনীতিত যোগদান কৰিম বুলি জল্পনা-কল্পনা আৰম্ভ হ’ল। মই ২০০ শতাংশ নিশ্চিত যে মই ৰাজনীতি নকৰোঁ। ৰাজনীতিত যোগদানৰ কোনো প্ৰশ্নই নাই।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd