• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ জুনৰ পৰা টি-২০ বিশ্বকাপঃ কেতিয়া হ’ব ভাৰত-পাকিস্তানৰ বহু প্ৰতীক্ষিত মেচ! চাওক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 8:21 pm
T20 World Cup 2024 Schedule
409
VIEWS
Share on FacebookShare on Twitter

প্ৰকাশ পালে আগন্তুক টি-২০ বিশ্বকাপৰ সময়সূচী। ক্ৰিকেটৰ মুৰব্বী সংস্থা আইচিচিয়ে আজি টি-২০ বিশ্বকাপ ২০২৪ৰ সময়সূচী উন্মোচন কৰে। ঘোষিত সূচী অনুসৰি অহা ১ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ।

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যৌথ আয়োজনত ১ জুনৰ পৰা ২৯ জুনলৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন। আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা। জুনৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে, পূৰ্বৰ ১৬টা দলৰ পৰিৱৰ্তে আগন্তুক বিশ্বকাপত অংশগ্ৰহণকাৰী দলৰ সংখ্যা ২০টালৈ বৃদ্ধি পাব। এই ২০ টা দলক পাঁচটাকৈ চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৮ পৰ্যায়লৈ আগবাঢ়িব।

অহা ২৬ আৰু ২৭ জুনত ক্ৰমে গিয়ানা আৰু ট্ৰিনিদাদত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ছেমি ফাইনেল। ২৯ জুনত বাৰ্বাডোছে আয়োজন কৰিব ফাইনেল। মুঠ ৯টা স্থানত প্ৰতিযোগিতাখনৰ ৫৫খন খেল অনুষ্ঠিত হ’ব।

লক্ষণীয়ভাৱে, বিশ্বকাপৰ এই গ্ৰুপ পৰ্যায়ত ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপতে ৰখা হৈছে। গ্ৰুপ এ- ৰ এই দুই শক্তিশালী দলৰ বহু প্ৰতীক্ষিত মেচখন ৯ জুনত নিউয়ৰ্কত অনুষ্ঠিত হ’ব।

গ্ৰুপ এ- ত ভাৰত-পাকিস্তানৰ লগতে আছে আয়াৰলেণ্ড, কানাডা আৰু আমেৰিকা। আনহাতে গ্ৰুপ বি -ত আছে ইংলেণ্ড, অষ্ট্ৰেলিয়া, নামিবিয়া, স্কটলেণ্ড, ওমান।

সেইদৰে গ্ৰুপ চি -ত নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান, উগাণ্ডা, পপুৱা নিউ গিনিক স্থান দিয়াৰ পৰিৱৰ্তে গ্ৰুপ ডি -ত ৰখা হৈছে দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ, নেদাৰলেণ্ড আৰু নেপালক।

উল্লেখ্য যে, ভাৰতে ৫ জুনত নিউয়ৰ্কত আয়াৰলেণ্ডৰ বিপক্ষে মেচেৰে বিশ্বকাপ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ৯ জুনত নিউয়ৰ্কত পাকিস্তানৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

আনহাতে ১২ জুনত নিউয়ৰ্কত আমেৰিকাৰ বিপক্ষে আৰু ১৫ জুনত ফ্ল’ৰিডাত কানাডাৰ বিপক্ষে নিজৰ অন্তিমখন গ্ৰুপ মেচত অংশ ল’ব ভাৰতে।

 

📢 Announced!

Take a look at #TeamIndia‘s group stage fixtures for the upcoming ICC Men’s T20 World Cup 2024 👌👌

India will play all their group matches in the USA 🇺🇸#T20WorldCup pic.twitter.com/zv1xrqr0VZ

— BCCI (@BCCI) January 5, 2024

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd