• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমান দুৰ্ঘটনাত দুই কন্যাসহ মৃত্যু হলিউডৰ প্ৰসিদ্ধ অভিনেতা ক্রিষ্টিয়ান অলিভাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2024 1:21 pm
হলিউডৰ প্ৰসিদ্ধ অভিনেতা ক্রিষ্টিয়ান অলিভাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

হলিউডৰ প্ৰসিদ্ধ অভিনেতা ক্রিষ্টিয়ান অলিভাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰিবিয়ান সাগৰত এখন সৰু ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটিছে হলিউডৰ প্ৰসিদ্ধ অভিনেতা ক্রিষ্টিয়ান অলিভাৰৰ। একেটা দুৰ্ঘটনাত তেওঁৰ দুই কন্যাইও প্ৰাণ হেৰুৱাইছে। বৃহস্পতিবাৰে বিয়লি কেৰিবিয়ানৰ গ্ৰেনাডাইনছৰ সৰু দ্বীপ বেকিয়াৰ পৰা চেণ্ট লুচিয়ালৈ গৈ আছিল বিমানখন।

মাছমৰীয়া, ডুবাৰু আৰু ক’ষ্ট গাৰ্ডৰ সদস্যসকল ক্ষিপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ কৰা হয় চাৰিটা মৃতদেহ। এই দুৰ্ঘটনাত ৫১ বছৰীয়া অলিভাৰ, তেওঁৰ দুগৰাকী কন্যা মাডিতা (১০) আৰু এনিক (১২) আৰু পাইলট ৰবাৰ্ট চাছৰ মৃত্যু হয়।

স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বিমানখন উৰণৰ কিছু মুহূৰ্তৰ পিছতে কেৰিবিয়ান সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

Apply Now

লগতে পঢ়কঃ আদালত কক্ষত হুইস্কিৰ বটল লৈ হাজিৰ অধিবক্তা, চলিল তৰ্কযুদ্ধ; সকলো লক্ষ্য কৰিলে মুখ্য ন্যায়াধীশে

জাৰ্মানীত জন্মগ্ৰহণ কৰা হলিউডৰ অভিনেতাগৰাকীয়ে জৰ্জ ক্লুনীৰ সৈতে ‘দ্য গুড জাৰ্মান’ আৰু ২০০৮ চনৰ একচন-কমেডী ছবি ‘স্পীড ৰেচাৰ’ত অভিনয় কৰিছিল।

কেৰিবিয়ান অঞ্চলৰ ৰয়েল ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডিন আৰক্ষী বাহিনীয়ে এক বিবৃতিত কয় যে বৃহস্পতিবাৰে একক ইঞ্জিনৰ ব্যক্তিগত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁলোক নিহত হয়।

ধাৰণা কৰা হৈছে যে অলিভাৰে পৰিয়ালৰ সৈতে ছুটী কটাবলৈ কেৰিবিয়ানলৈ গৈছিল। কিছুদিন পূৰ্বে তেওঁ ইনষ্টাগ্ৰামত সাগৰৰ পাৰৰ ফটো পোষ্ট কৰি লিখিছিল, ‘স্বৰ্গৰ কোনো স্থানৰ পৰা সমূহলৈ শুভেচ্ছা আৰু ভালপোৱা… (২০২৪)আমি আহিছো।’

লগতে পঢ়কঃ হাস্পাতালত এ চি বিস্ফোৰণত পতি মৃত বুলি শুনি পত্নীয়ে দিলে প্ৰাণ; এতিয়া জীৱিত ওলাল স্বামী

ক্রিষ্টিয়ান অলিভাৰে ৬০খনতকৈও অধিক ছবি আৰু টিভি ধাৰাবাহিকত কাম কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd