• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

অৰ্থনৈতিক সংকটৰ আগজাননী লৈ আহে এনে ঘটনাই! চাণক্যই দি গৈছে ইংগিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 7:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আচাৰ্য চাণক্য পৌৰাণিক ভাৰতৰ শ্ৰেষ্ঠ দাৰ্শনিক সকলৰ অন্যতম। মানৱ জীৱনৰ লগত সংপৃক্ত বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰি গৈছে চাণক্যই। এগৰাকী ব্যক্তিয়ে নিজৰ সুখকৰ জীৱনৰ বাবে চাণক্যৰ এই পৰামৰ্শসমূহ অনুসৰণ কৰিলে উপকৃত হ’ব পাৰে।

সাধাৰণতেই মানুহৰ জীৱনলৈ কোনো সংকট আগজাননী দি নাহে। একেদৰেই জীৱনলৈ আহিবলগীয়া অৰ্থনৈতিক সংকটৰো মানুহে স্পষ্ট পূৰ্বাভাস নাপায়। কিন্তু আচাৰ্য চাণক্যই এনে কিছু লক্ষণৰ বিষয়ে উল্লেখ কৰিছে, যিসমূহে অৰ্থনৈতিক সংকটৰ আগজাননী দিয়ে।

চাণক্যৰ মতে, এগৰাকী ব্যক্তিয়ে আৰ্থিক সংকটৰ সময় অহাৰ পূৰ্বে নিজৰ গৃহত এনে কিছু লক্ষণ দেখা পায়। গতিকে এজন ব্যক্তিয়ে নিজৰ চৌপাশ ঘটি থকা কিছুমান ঘটনাৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় হৈ পৰে। সেই লক্ষণসমূহ কেনেধৰণৰ জানো আহক-

Apply Now

১/ তুলসী গছ শুকাই লোৱা

তুলসী উদ্ভিদক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। তুলসী ঘৰত ৰোপণ কৰিলে সুখ আৰু শান্তি পোৱা যায়। আচাৰ্য চাণক্যই কৈছে যে যদি বহু যত্ন লোৱাৰ পিছতো তুলসী গছ শুকাই যায়, তেন্তে ই ভৱিষ্যতৰ অৰ্থনৈতিক সংকটৰ লক্ষণ হ’ব পাৰে।

২/ ঘৰত অসূয়া-অসম্প্ৰীতি

যদি হঠাতে আপোনাৰ ঘৰত অসূয়া-অসম্প্ৰীতি বৃদ্ধি পাইছে আৰু কোনো কাৰণ নোহোৱাকৈ সৰু সৰু কথা কিছুমানতে কাজিয়া আৰম্ভ হৈছে, তেন্তে এই সকলোবোৰে আগন্তুক আৰ্থিক সংকটৰ ইংগিত দিয়ে।

৩/ কাঁচ ভঙা

ঘৰত সঘনাই কাঁচ ভাঙিলে দৰিদ্ৰতা আৰু ধনৰ ক্ষতিৰ ইংগিত পোৱা যায়। গতিকে আপোনাৰ গৃহৰ চৌপাশৰ এই কাঁচৰ সামগ্ৰীৰ যত্ন লওক আৰু সজাগ হওক।

৪/ ঘৰত পূজাৰ অনুপস্থিতি

যদি ঘৰত কোনো পূজা-পাৰ্বণ অনুষ্ঠিত নহয় বা এনে কাৰ্যৰ প্ৰতি আপোনাৰ ইচ্ছা নহয়, তেন্তে ইয়াৰ দ্বাৰা সুখ আৰু সমৃদ্ধিৰ অভাৱ দেখা যায়। চাণক্যই কয় যে এই লক্ষণে আগন্তুক অৰ্থনৈতিক সংকট পূৰ্বাভাস দিয়ে।

৫/ বয়োজ্যেষ্ঠক অসন্মান কৰা

ঘৰৰ বয়োজ্যেষ্ঠসকলক সদায় সন্মান কৰা উচিত। কাৰণ বয়োজ্যেষ্ঠসকলে আমাক আশীৰ্বাদ দিয়ে আৰু যদি তেওঁলোকক সন্মান কৰা নহয় তেতিয়া তেওঁলোক দুখী হব আৰু বয়োজ্যেষ্ঠসকলৰ লগত এনে ব্যৱহাৰ কৰা মানুহবোৰ জীৱনত কেতিয়াও সুখৰ উপস্থিতি নাথাকে। ই অৰ্থনৈতিক সংকটৰো লক্ষণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd