• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মেছিৰ শিৰত ২০২৩ বৰ্ষৰ ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মানঃ মহিলাৰ শাখাত শ্ৰেষ্ঠত্ব ব’নমাটিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2024 9:52 am
FIFA The Best
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা ঘোষণা কৰা কৰা হ’ল ২০২৩ বৰ্ষৰ ‘ফিফা দ্য বেষ্ট’ সন্মান। বিশ্ব ফুটবলৰ মুৰব্বী সংস্থা ফিফাৰ বৰ্ষশ্ৰেষ্ঠ সন্মানৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে বিবেচিত হয় ফুটবল বিশ্বৰ অবিসম্বাদী সম্ৰাট লিঅ’নেল মেছি।

বিশ্বকাপ বিজয়ী আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত নৰৱে’ তথা মানচেষ্টাৰ চিটিৰ তাৰকা আৰ্লিং হালাণ্ডক অতিক্ৰমি তৃতীয়বাৰৰ বাবে ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে।

Apply Now

পুৰুষৰ শাখাত মেছি শ্ৰেষ্ঠ বিবেচিত হোৱাৰ বিপৰীতে মহিলাৰ শাষাত বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে স্পেইন তথা বাৰ্চিলোনাৰ তাৰকা আইতানা ব’নমাটিয়ে। লক্ষণীয়ভাৱে দুয়োগৰাকী তাৰকাই ২০২৩ বৰ্ষৰ বেলন ডি অ’ৰ সন্মানো লাভ কৰিছিল।

মানচেষ্টাৰ চিটিৰ ট্ৰেবল বিজয়ী প্ৰশিক্ষক পেপ গুৱাৰ্ডিঅ’লাই পুৰুষৰ শ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা লাভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ প্ৰশিক্ষক ছাৰিনা উইগমেনে অভিলেখ চতুৰ্থবাৰৰ বাবে মহিলাৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে।

ইফালে ব্ৰাজিলিয়ান তাৰকা তথা মানচেষ্টাৰ চিটিৰ এডাৰছনে পুৰুষৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰাৰ বিপৰীতে মানচেষ্টাৰ ইউনাইটেড আৰু ইংলেণ্ডৰ মেৰী ইয়াৰপছে মহিলাৰ শাখাত শ্ৰেষ্ঠ গলৰক্ষক হিচাপে বিবেচিত হয়।

উল্লেখ যে মেছিয়ে বিগত ছিজনত পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে লিগ ১ খিতাপ জয় কৰাৰ পিছত মেজৰ লীগ ছকাৰত ইণ্টাৰ মিয়ামীক লীগ কাপ জয় কৰাত সহায় কৰিছিল। আনহাতে মেছিৰ নিকটতম প্ৰতিদ্বন্দী হালাণ্ড যোৱা ছিজনত আছিল দুৰন্ত ফৰ্মত।

মানচেষ্টাৰ চিটিৰ হৈ ট্ৰেবল (প্ৰিমিয়াৰ লীগ, চেম্পিয়ন্ছ লীগ আৰু এফ এ কাপ) বিজয়ী হালাণ্ডে যোৱা ছিজনতম স্ক’ৰ কৰিছিল ৫২টা গ’ল। ফিফাৰ ৰেটিং ব্যৱস্থাত মেছি আৰু হালাণ্ড, দুয়োগৰাকীয়েই ৪৮ পইণ্ট লাভ কৰিছিল।

কিন্তু ৰাষ্ট্ৰীয় দলৰ অধিনায়কসকলৰ দ্বাৰা অধিক ভোট লাভ কৰাৰ বাবে মেছি শ্ৰেষ্ঠ বিবেচিত হয়। উল্লেখ্য যে ভাৰতীয় অধিনায়ক সুনীল ছেত্ৰীয়েও বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বাবে মেছিক ভোট দিয়ে। ৩৫ পইণ্টেৰে ফৰাচী তাৰকা এমবাপে থাকে তৃতীয় স্থানত।

লক্ষণীয়ভাৱে মেছিয়ে হালাণ্ডক দিয়ে নিজৰ ভোট। ব্ৰাজিলে ফিফা ফেয়াৰ প্লে বঁটা লাভ কৰাৰ বিপৰীতে পুস্কাছ বঁটা লাভ কৰে ব্ৰাজিলৰ খেলুৱৈ তথা ক্লাৱ ফুটবলত ইটালিয়ান ক্লাৱ বটাফ’গ’ক প্ৰতিনিদ্হিত্ব কৰা গুইলাৰ্ম মাড্ৰাগাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd