• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মেছিৰ শিৰত ২০২৩ বৰ্ষৰ ফিফাৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মানঃ মহিলাৰ শাখাত শ্ৰেষ্ঠত্ব ব’নমাটিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2024 9:52 am
FIFA The Best
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা ঘোষণা কৰা কৰা হ’ল ২০২৩ বৰ্ষৰ ‘ফিফা দ্য বেষ্ট’ সন্মান। বিশ্ব ফুটবলৰ মুৰব্বী সংস্থা ফিফাৰ বৰ্ষশ্ৰেষ্ঠ সন্মানৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে বিবেচিত হয় ফুটবল বিশ্বৰ অবিসম্বাদী সম্ৰাট লিঅ’নেল মেছি।

বিশ্বকাপ বিজয়ী আৰ্জেণ্টাইন তাৰকাগৰাকীয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত নৰৱে’ তথা মানচেষ্টাৰ চিটিৰ তাৰকা আৰ্লিং হালাণ্ডক অতিক্ৰমি তৃতীয়বাৰৰ বাবে ফিফাৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে।

Apply Now

পুৰুষৰ শাখাত মেছি শ্ৰেষ্ঠ বিবেচিত হোৱাৰ বিপৰীতে মহিলাৰ শাষাত বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে স্পেইন তথা বাৰ্চিলোনাৰ তাৰকা আইতানা ব’নমাটিয়ে। লক্ষণীয়ভাৱে দুয়োগৰাকী তাৰকাই ২০২৩ বৰ্ষৰ বেলন ডি অ’ৰ সন্মানো লাভ কৰিছিল।

মানচেষ্টাৰ চিটিৰ ট্ৰেবল বিজয়ী প্ৰশিক্ষক পেপ গুৱাৰ্ডিঅ’লাই পুৰুষৰ শ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা লাভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ প্ৰশিক্ষক ছাৰিনা উইগমেনে অভিলেখ চতুৰ্থবাৰৰ বাবে মহিলাৰ শ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰে।

ইফালে ব্ৰাজিলিয়ান তাৰকা তথা মানচেষ্টাৰ চিটিৰ এডাৰছনে পুৰুষৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা লাভ কৰাৰ বিপৰীতে মানচেষ্টাৰ ইউনাইটেড আৰু ইংলেণ্ডৰ মেৰী ইয়াৰপছে মহিলাৰ শাখাত শ্ৰেষ্ঠ গলৰক্ষক হিচাপে বিবেচিত হয়।

উল্লেখ যে মেছিয়ে বিগত ছিজনত পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে লিগ ১ খিতাপ জয় কৰাৰ পিছত মেজৰ লীগ ছকাৰত ইণ্টাৰ মিয়ামীক লীগ কাপ জয় কৰাত সহায় কৰিছিল। আনহাতে মেছিৰ নিকটতম প্ৰতিদ্বন্দী হালাণ্ড যোৱা ছিজনত আছিল দুৰন্ত ফৰ্মত।

মানচেষ্টাৰ চিটিৰ হৈ ট্ৰেবল (প্ৰিমিয়াৰ লীগ, চেম্পিয়ন্ছ লীগ আৰু এফ এ কাপ) বিজয়ী হালাণ্ডে যোৱা ছিজনতম স্ক’ৰ কৰিছিল ৫২টা গ’ল। ফিফাৰ ৰেটিং ব্যৱস্থাত মেছি আৰু হালাণ্ড, দুয়োগৰাকীয়েই ৪৮ পইণ্ট লাভ কৰিছিল।

কিন্তু ৰাষ্ট্ৰীয় দলৰ অধিনায়কসকলৰ দ্বাৰা অধিক ভোট লাভ কৰাৰ বাবে মেছি শ্ৰেষ্ঠ বিবেচিত হয়। উল্লেখ্য যে ভাৰতীয় অধিনায়ক সুনীল ছেত্ৰীয়েও বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ বাবে মেছিক ভোট দিয়ে। ৩৫ পইণ্টেৰে ফৰাচী তাৰকা এমবাপে থাকে তৃতীয় স্থানত।

লক্ষণীয়ভাৱে মেছিয়ে হালাণ্ডক দিয়ে নিজৰ ভোট। ব্ৰাজিলে ফিফা ফেয়াৰ প্লে বঁটা লাভ কৰাৰ বিপৰীতে পুস্কাছ বঁটা লাভ কৰে ব্ৰাজিলৰ খেলুৱৈ তথা ক্লাৱ ফুটবলত ইটালিয়ান ক্লাৱ বটাফ’গ’ক প্ৰতিনিদ্হিত্ব কৰা গুইলাৰ্ম মাড্ৰাগাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd