• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনত ভয়াৱহ ভূমিস্খলনঃ ৭ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 9:28 pm
landslide strikes China
195
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ-পশ্চিম চীনৰ পাহাৰীয়া য়ুনান প্ৰদেশত আজি এক ভূমিস্খলনৰ ফলত প্ৰায় ৭ জন লোক নিহত হয়। এই দুৰ্যোগৰ ফলত আন ৪০ জন লোক এইপৰ্যন্ত নিৰুদ্দেশ হৈ আছে।

চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা মতে, বেইজিঙৰ সময় অনুসৰি পুৱা ৫:৫১ বজাত ঝাওটং চহৰৰ লিয়াংছুই অঞ্চলত এই দুৰ্যোগৰ সৃষ্টি হয়।

ভূমিস্খলনত ৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ লগতে আন ৪০ জন নিৰুদ্দেশ হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উদ্ধাৰকাৰী বিষয়াসকলে নিৰুদ্দিষ্ট লোকসকল ১৮টা ভিন্ন পৰিয়ালৰ বুলি জানিবলৈ দিয়ে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা ৫০০ৰো অধিক বাসিন্দাক উলিয়াই অনা হয় বুলিও তেওঁলোকে সদৰী কৰে।

ভূমিস্খলনৰ ফলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, এখন ড্ৰোন আৰু ১২০খন বাহনেৰে সজ্জিত মুঠ ৭৯৫ জন উদ্ধাৰ কৰ্মীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভূমিস্খলনত নিৰুদ্দেশ হোৱা লোকসকল উদ্ধাৰৰ বাবে অনুসন্ধান তথা উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।

Recent News

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

‘সংসদ নহয়, মোৰ বাবে সংবিধানহে সৰ্বোচ্চ’ : মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘সংসদ নহয়, মোৰ বাবে সংবিধানহে সৰ্বোচ্চ’ : মুখ্য ন্যায়াধীশ বি আৰ গাভাই

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd