• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 8:14 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাবাহিক প্ৰতিবাদৰ মাজতে গাজাত হামাছৰ যোদ্ধাসকলে ৰখা পেলেষ্টাইনী পণবন্দীসকলৰ আত্মীয়ই ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰে।

চাৰে তিনিমাহৰ পাছতো ইজৰাইল চৰকাৰে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰাত ব্যৰ্থ হোৱাৰ বাবেই তেওঁলোকে ক্ষোভত এই আগ্ৰাসন সংঘটিত কৰে। অৱশ্যে বিগত বৰ্ষৰ ৭ অক্টোবৰৰ পৰা অৱৰুদ্ধ কৰা গাজা ষ্ট্ৰিপত অহৰহ আক্ৰমণ চলাই আহিছে ইহুদীধৰ্মী দেশখনে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে জেৰুজালেমৰ নেচেটত সংসদীয় সমিতিৰ অধিৱেশনৰ সময়ত পণবন্দীসকলৰ আত্মীয়ৰ এটা দলে প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়ত তেওঁলোকে সাংসদসকলক নিজৰ আপোনজনক মুক্ত কৰাৰ প্ৰচেষ্টা শক্তিশালী কৰিবলৈ দাবী জনায়।

Apply Now

গাজা যুদ্ধৰ চতুৰ্থ মাহত প্ৰায় ২০ জন প্ৰতিবাদকাৰীৰ এই পদক্ষেপে ইজৰাইলত যুদ্ধ বিৰোধী আৱেগ ক্ৰমাৎ বৃদ্ধি পোৱাৰ ইংগিত দিয়ে।

সোমবাৰে সংসদত প্ৰতিবাদৰ সময়ত গাজাত পণবন্দী হৈ থকা তিনিজন আত্মীয়ৰ ফটো এখন হাতত লৈ আছিল এগৰাকী মহিলাই। পণবন্দী আত্মীয়সকলক শীঘ্ৰে উদ্ধাৰৰ দাবীত তেওঁ বিভিন্ন শ্লোগান তুলি কৰে।

নৱেম্বৰ মাহত ইজৰাইলে যুদ্ধবিৰতি পৰ্যায়ক্ৰমে বৃদ্ধি কৰিছিল আৰু কিছুমান পণবন্দীক মুকলি কৰি দিছিল। অৱশ্যে হামাছে এতিয়াও গাজাত প্ৰায় ১৩০ জনক পণবন্দী কৰি ৰাখিছে।

নেচেটত বিত্ত সমিতিৰ আলোচনাৰ সময়ত মহিলাগৰাকীয়ে নিজৰ আত্মীয়ক মুকলি কৰি দিবলৈ আহ্বান জনায়। এই সময়ত তেওঁক কান্দি থকা দেখা যায়। তেওঁ কান্দি কান্দি কয়, “মই মাত্ৰ তেওঁলোকক জীৱিত অৱস্থাত বিচাৰো”।

ক’লা টি-চাৰ্ট পৰিধান কৰা আন প্ৰতিবাদকাৰীসকলেও বিভিন্ন দাবীৰ পোষ্টাৰ হাতত লৈ থকা দেখা গৈছে। “তাত তেওঁলোক মৰিলে আপুনি ইয়াত বহি থাকিব নোৱাৰিব” বুলি লিখা পোষ্টাৰ এখনো হাতত লৈ থকা দেখা যায়। “এতিয়াই, এতিয়াই, এতিয়াই তেওঁলোকক মুক্ত কৰক” তেওঁলোকে ধ্বনি দিয়ে। সেই সময়ত একাংশ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতা গোট হামাছৰ যোদ্ধাসকলে ইজৰাইলৰ দক্ষিণ অংশত আক্ৰমণ কৰি গাজাত ১২০০ জন লোকক হত্যা কৰাৰ লগতে ২৫০ৰো অধিক লোকক বন্দী কৰিছিল।

ইফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজিপ্ত, কাটাৰ আৰু আমেৰিকাই হামাছৰ সৈতে ইজৰাইলৰ পণবন্দী মুক্তিৰ নতুন চুক্তিৰ কাম কৰি আছে। অৱশ্যে এই চুক্তিৰ পোহৰ দেখাৰ সম্ভাৱনা নাই। কাৰণ ইজৰাইলে ঘোষণা কৰিছে যে উপত্যকাৰ পৰা হামাছ নিৰ্মূল নোহোৱালৈকে যুদ্ধ চলি থাকিব।

ইপিনে, হামাছে ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা সকলো জ্যেষ্ঠ পেলেষ্টাইনী নাগৰিকক মুকলি কৰি দিয়া আৰু ইজৰাইলৰ সৈন্যই গাজাৰ পৰা আঁতৰি নোযোৱালৈকে পণবন্দীসকলক মুকলি কৰি দিয়াৰ কথা নুই কৰিছে। আনহাতে, হামাছে পণবন্দী কৰি ৰখাৰ ভিতৰত কমেও ২৭ জনে প্ৰাণ হেৰুৱাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd