• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি গুৱাহাটীৰ মাজেৰে পাৰ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 9:01 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও আৰু মৰিগাঁও পাৰ হৈ সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মেঘালয়ৰ যোৰাবাটত উপস্থিত হয়, য’ত তেওঁ মেঘালয় প্ৰদেশ কংগ্ৰেছ কমিটীক যাত্ৰা পতাকা অৰ্পণ কৰে। আগবাঢ়ি যোৱা এই যাত্ৰা এতিয়া গুৱাহাটীৰ মাজেৰে আগবাঢ়িব।

বশিষ্ঠ-জালুকবাৰী পথৰ মাজেৰে হাজোৰ সমীপৰ চেচালৈ গৈ কলিতাকুছিৰ মাজেৰে পাৰ হৈ বৰপেটাৰ চেঙা পাব। গুৱাহাটীৰ মাজেৰে যাত্ৰা’ পাৰ হোৱাৰ অনুমতি নাকচ কৰা হৈছে যদিও আৰক্ষীয়ে এই অনুৰোধ ‘বিবেচনাধীন’ বুলি কৈছে।

‘আমি গুৱাহাটীৰ এটা নিৰ্দিষ্ট পথেৰে ৰোডশ্ব’ আৰু পদযাত্ৰাৰ অনুমতি বিচাৰি আবেদন কৰিছিলোঁ। কিন্তু ইয়াক নাকচ কৰা হৈছে।’- এই মন্তব্য অসম কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদী আলম বৰাৰ।

Apply Now

লগতে পঢ়কঃ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ধৰ্ণা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী

“পদযাত্ৰাৰ অনুমতি বিচাৰি ১২ জানুৱাৰীত এখন আৰু পুনৰ ১৯ জানুৱাৰীত আবেদনখন আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছিল, ২০ জানুৱাৰীত ফ’ল’-আপ ইমেইল কৰা হৈছিল,” বৰাই কয়।

তেওঁ লগতে কয়, ‘অনুমতি প্ৰদানৰ দায়িত্বত থকা গুৱাহাটী আৰক্ষীৰ উপ আয়ুক্তই আমাৰ অনুৰোধ নাকচ হোৱা বুলি আমাক জনাইছিল।’

মঙলবাৰে চেঙাৰ বিষ্ণুপুৰত নিশা ৰ’ব এই যাত্ৰা।

এক সমাৱেশত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ সৈতে মিত্ৰতা কৰাৰ পূৰ্বে মেঘালয়ৰ চৰকাৰক দেশৰ ভিতৰতে ‘সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত’ বুলি অভিহিত কৰিছিল।

ৰাহুলে কয়, ‘অবৈধ কয়লা পৰিবহণ কেলেংকাৰিৰ লগতে বিধানসভা গম্বুজ ভাঙি পৰা কেলেংকাৰীও আছে।’

ৰাজ্যখনৰ ভাষাসমূহ ৮ম সূচীত নাছিল বুলি উল্লেখ কৰি ৰাহুলে লগতে কয়, ‘আপোনালোকৰ ভূমি, আদিবাসী, স্থানীয় লোক আৰু বনাঞ্চল সুৰক্ষিত কৰিবলৈ থকা গাঁঠনিসমূহ উভালি পেলোৱা হৈছে।’

লগতে পঢ়কঃ চীনত ভয়াৱহ ভূমিস্খলনঃ ৭ জন লোকৰ মৃত্যু, ৪০ জন নিৰুদ্দেশ

‘ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু মেঘালয়ৰ জনসাধাৰণক ক্ষমতা প্ৰদানৰ ক্ষেত্ৰত আমি যিখিনি কাম কৰিছিলো, সেই সকলো কাম লাহে লাহে ওলোটা হৈ আছে।’

মণিপুৰত যাত্ৰা আৰম্ভ হোৱাৰ কাৰণ বুজাই দি গান্ধীয়ে কয় যে “আৰ এছ এছ আৰু বিজেপিৰ মতাদৰ্শই মণিপুৰৰ ধাৰণাক ধ্বংস কৰি পেলাইছে! সেইবাবেই আমি মণিপুৰৰ জনসাধাৰণে যি বেদনা অনুভৱ কৰিছে সেয়া ভাৰতৰ বাকী দেশলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিলো।”

‘ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়াও মণিপুৰ ভ্ৰমণ কৰা নাই, সেয়া মোৰ বাবে আচৰিত। মণিপুৰ, ভাৰতীয় ৰাজ্য নহয় নেকি? মণিপুৰৰ জনসাধাৰণ ভাৰতৰ অংগ নহয় নেকি? যদি প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ হিংসা বন্ধ কৰিব বিচাৰে তেন্তে তিনিদিনত কৰিব পাৰে। সত্যটো হ’ল, মণিপুৰৰ হিংসাৰ অন্ত পেলাবলৈ তেওঁ আগ্ৰহী নহয়।’-গান্ধীয়ে লগতে কয়।

লগতে পঢ়কঃ প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই

ৰাজহুৱা সভাৰ অন্তত ৰাহুল গান্ধীয়ে বৰ্নিহাটৰ ফালে আগবাঢ়ে য’ত তেওঁ নিশাটো কটায়।

গুৱাহাটীলৈ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ পূৰ্বে মঙলবাৰে USTM ত এখন বৈঠকত ভাষণ দিয়াৰ কথাও আছিল গান্ধীয়ে। কিন্তু ইয়াৰ অনুমতি নাকচ কৰে ৰি ভইৰ উপায়ুক্তই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd