• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুনোত পুনৰ তিনিটা পোৱালি জন্ম দিলে নামিবিয়াৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে অনা চিতা `জালা’ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 12:26 pm
531
VIEWS
Share on FacebookShare on Twitter

নামিবিয়াৰ পৰা অনা মাইকী চিতা জ্বালাই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত তিনিটা পোৱালি জন্ম দিছে। ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত নামিবিয়াৰ পৰা প্ৰথম পৰ্যায়ত ৮টা চিতা ভাৰতলৈ অনা হৈছিল। “জালা” ভাৰতলৈ আহিছিল প্ৰথম পৰ্যায়ত। পিছত দ্বিতীয় পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হয়। ভাৰতলৈ অনাৰ পিছত কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল চিতা কেইটাক।

‘জালা’ই ২০২৩ চনৰ মাৰ্চ মাহত কুনো ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা পোৱালি জন্ম দিছিল। তিনিটা পোৱালিৰে মৃত্যু হয়। প্ৰায় এবছৰৰ মূৰত তাই আৰু তিনিটা পোৱালি জন্ম দিলে।

লগতে পঢ়কঃ অযোধ্যাত দেশৰ ৪ প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ; নাছিল ৰঞ্জন গগৈ আৰু…

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে তেওঁৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰি এই ভাল খবৰটো ঘোষণা কৰে। ১৫ ছেকেণ্ডৰ এই ভিডিঅ’টোত ‘জালা’ক তিনিটা পোৱালিৰ সৈতে দেখা গৈছে।

ভূপেন্দ্ৰ যাদবে মঙলবাৰে পুৱা ভিডিঅ’টো পোষ্ট কৰি কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ তিনিটা পোৱালিক আদৰণি জনায়। লগতে দেশৰ সকলো বনকৰ্মীক অভিনন্দন জ্ঞাপন কৰে। এসপ্তাহৰ আগতে নামিবিয়াৰ পৰা অনা আন এটা মাইকী চিতাই ‘আশা’ নামৰ এটা পোৱালি জন্ম দিছিল। ইয়াৰ সাত দিনৰ পাছতে কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু তিনিটা পোৱালি জন্ম হয়।

Kuno’s new cubs!

Namibian Cheetah named Jwala has given birth to three cubs. This comes just weeks after Namibian Cheetah Aasha gave birth to her cubs.

Congratulations to all wildlife frontline warriors and wildlife lovers across the country.

May Bharat’s wildlife thrive… pic.twitter.com/aasusRiXtG

— Bhupender Yadav (@byadavbjp) January 23, 2024

উল্লেখ্য সাত দশক পূৰ্বে ভাৰতত চিতা বিলুপ্ত হৈছিল। ২০২২ চনৰ পৰা নামিবিয়া আৰু আফ্ৰিকাৰ অন্যান্য ঠাইৰ পৰা ভাৰতলৈ চিতাৰ সংখ্যা বৃদ্ধিৰ প্ৰধান লক্ষ্যৰে চিতা অনা হৈছে। 

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd