• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অযোধ্যাত দেশৰ ৪ প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ; নাছিল ৰঞ্জন গগৈ আৰু…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2024 11:20 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ তাৰিখ সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে  আয়োজন কৰা হয় বিশাল অনুষ্ঠানৰ। দেশৰ ধনাঢ্যসকলৰ পৰা আৰম্ভ কৰি চেলিব্ৰেটি, ৰাজনীতিবিদ, প্ৰাক্তন ক্ৰিকেটাৰক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। উপস্থিত আছিল বহুতেই। কালিৰ অনুষ্ঠানত আমন্ত্ৰিতসকলৰ ভিতৰত আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ন্যায়াধীশসকলো।

২০১৯ চনত ৰাম মন্দিৰৰ গোচৰত ৰায়দান দিয়া পাঁচজন ন্যায়াধীশকো কালিৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে কালি ৪ জন প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩ জন অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অযোধ্যালৈ গৈছিল যদিও ৰাম মন্দিৰৰ ৰায়দান কৰা ৫ জন ন্যায়াধীশৰ ভিতৰত ৪ জনেই অযোধ্যালৈ যোৱা নাছিল।

লগতে পঢ়কঃ আজি গুৱাহাটীৰ মাজেৰে পাৰ হ’ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

Apply Now

২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ঐতিহাসিক ৰায়দান কৰে। সৰ্বসন্মতিক্ৰমে এই ৰায়দান কৰা হৈছিল। বিচাৰপীঠত আছিল তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, প্ৰাক্তন মুখ্য ন্যায়াধীশ এছ এ ববডে, অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যপাল আব্দুল নাজিৰ আৰু প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ এন চি এল এ টিৰ অধ্যক্ষ অশোক ভূষণ।

এই পাঁচজনৰ ভিতৰত কেৱল ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অশোক ভূষণে কালিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অযোধ্যালৈ গৈছিল। অৱশ্যে তেওঁৰ বাহিৰেও আন ১২জন অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰাম মন্দিৰলৈ এই অনুষ্ঠানলৈ গৈছিল।

জানিব পৰা মতে, কালি উচ্চতম ন্যায়ালয়ৰ কামত ব্যস্ত আছিল মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়। অন্ধ্ৰৰ ৰাজ্যপাল হিচাপে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত যোগদান কৰে প্ৰাক্তন মুখ্য ন্যায়াধীশ নাজিৰে। আনহাতে, ৰাম মন্দিৰৰ ৰায়দানৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ হৈ থকা ৰঞ্জন গগৈ কালি অসমৰ নিজৰ ঘৰতে আছিল।

লগতে পঢ়কঃ প্ৰবল প্ৰতিবাদৰ মাজতে ইজৰাইলৰ সংসদত ধুমুহাৰ সৃষ্টি কৰিলে পণবন্দীসকলৰ আত্মীয়ই

উল্লেখ্য যে ৰঞ্জন গগৈৰ সৈতে বিজেপিৰ ঘনিষ্ঠতাক লৈ বিৰোধীয়ে বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে। উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্যসভাৰ মনোনীত সদস্য হৈছিল ৰঞ্জন গগৈ। শেহতীয়াকৈ তেওঁক অসমৰ শ্ৰেষ্ঠ অসামৰিক সন্মানেৰে সন্মানিত কৰা হয়। কিন্তু কালিৰ অনুষ্ঠানত তেওঁ উপস্থিত নাছিল।

ইপিনে, ৰাম মন্দিৰৰ বিচাৰপীঠত থকা প্ৰাক্তন মুখ্য ন্যায়াধীশ ববডেও নাগপুৰৰ নিজৰ ঘৰত থকাৰ খবৰ পোৱা গৈছে। সেইদৰে, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, আৰু দেশৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণিক আমন্ত্ৰণ জনোৱা হৈছিল যদিও কালিৰ অনুষ্ঠানত উপস্থিত নাছিল।

আনহাতে, দেশৰ চাৰিগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশকে ধৰি ১৩গৰাকী অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে কালিৰ অনুষ্ঠানলৈ যায়। খবৰ অনুসৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনা, প্ৰাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ খেহাৰ, প্ৰাক্তন মুখ্য ন্যায়াধীশ ভি এন খাৰে, প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ এন চি এল এ টিৰ অধ্যক্ষ অশোক ভূষণ, প্ৰাক্তন ন্যায়াধীশ তথা বৰ্তমানৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ অৰুণ মিশ্ৰই অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, তিনি স্থানৰ পৰা উদ্ধাৰ ৮ জনৰ মৃতদেহ; অভিযুক্ত ‘সন্ধানহীন’

সেইদৰে, কালিৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত আছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আদৰ্শ গোৱেল, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামাসুব্ৰমনিয়ম, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিল দাভে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিনীৰ সৰণ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কৃষ্ণ মুৰাৰী, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জ্ঞান সুধা মিশ্ৰ আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকুন্দকাম শৰ্মা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

October 29, 2026 7:39 am
ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

October 28, 2026 7:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

October 29, 2026 7:39 am
ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd